ETV Bharat / bharat

অৰুণাচলৰ দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত পেমা খাণ্ডুৰ

author img

By

Published : May 30, 2019, 7:26 AM IST

Updated : May 30, 2019, 11:51 AM IST

অৰুণাচল প্ৰদেশক সম্পূৰ্ণ দুৰ্নীতি মুক্ত ৰাজ্য হিচাবে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ ৷

অৰুনাচল প্ৰদেশত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ পেমা খাণ্ডুৰ
  • অৰুণাচল প্ৰদেশত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ পেমা খাণ্ডুৰ
  • ইটানগৰৰ ইন্দিৰাগান্ধী পাৰ্কৰ সমীপৰ দৰ্জী খাণ্ডু কনভেনচন হলত শপত গ্ৰহণ পেমা খাণ্ডুৰ
  • ৰাজ্যখনত শিক্ষা, স্বাস্থ্য আৰু নিবনুৱা সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ খাণ্ডুৰ
  • অৰুণাচল প্ৰদেশক সম্পূৰ্ণ দুৰ্নীতিমুক্ত ৰাজ্য হিচাবে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ
  • পেমা খাণ্ডুৰ লগত উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চাউনা মেইনৰ
  • ৰাজ্যপাল ব্ৰিগ্ৰেডিয়াৰ ডঃ বি ডি মিশ্ৰই শপত বাক্য পাঠ কৰায় দুয়োকে
  • অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ লগতে অুণাচল পূব সমষ্টিৰ সাংসদ কিৰেন ৰিজিজু

Intro:

তেজপুৰ,২৯ মে': অৰুনাচল প্ৰদেশত পুনৰ দ্বিতীয় বাৰৰ বাবে মুখ্য মন্ত্ৰী হিচাবে শপত গ্ৰহন কৰি আজি পেমা খাণ্ডুৱে কয় যে ৰাজ্যখনত শিক্ষা , শ্বাস্থ আৰু নিবনুৱা সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ৷
তেওঁ পুনৰ কয় যে অৰুনাচল প্ৰদেশক এখন সম্পূৰ্ন কৰাপচন ফ্ৰি ৰাজ্য হিচাবে গঢ় দিব ৷
দেশৰ ১৭ সংখ্যক সাধাৰন নিৰ্বাচনৰ লগতে পাহাৰীয়া ৰাজ্য খনৰ বিধান সভা নিৰ্বচনত বিজেপি দলে ৬০ খন বিধান সভাৰ আসনৰ ভিতৰত ৪১ খন আসন লাভ কৰি আজি খাণ্ডুৱে পুনৰ মুখ্য মন্ত্ৰী হিচাবে শপত গ্ৰহন কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷
ইটানগৰৰ ইন্দিৰাগান্ধী পাৰ্কৰ সমীপত দৰ্জী খাণ্ডু কনভেনচন হলত শপত গ্ৰহনৰ কৰে পেমা খাণ্ডুৰ , লগতে উপ মুখ্য মন্ত্ৰী হিচাবে চাউনা মেইনে ৷ শপত গ্ৰহন কৰোৱাই ৰাজ্যপাল ব্ৰিগ্ৰেডিয়াৰ ডঃ বি ডি মিশ্ৰই শপত বাক্য পাঠ কৰাই ৷ অনুস্থানত উপস্থিত থাকে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু নৱ নিৰ্বচিত আৰুনাচল ইষ্টৰ সাংসদ কীৰেন ৰিজিজু ৷

Body:ৰাজ্যখনত এগৰাকী বিধায়কে নিৰ্বচনী ৰিজাল্ট ঘোষনাৰ প্ৰাকক্ষনত উগ্ৰপন্থীৰ হাতত প্ৰাণ হেৰুৱাব লগাতো পৰে ৷
আনহাতে এই বাৰ জেডিউ দলে ৭ খন, কংগ্ৰেছে ৪ খন,এন চি পিয়ে ৫খন ,চি পিএ ১খন নিৰ্দলীয় ২ খন আসন লাভ কৰে ৷

Conclusion:
উল্লেখযোগ্য যে আজি এই শপত গ্ৰহনত মুঠ ১০ গৰাকী বিধায়কে খাণ্ডু আৰু চাওনা মেইনৰ লগত নতুন বিধায়ক মন্ত্ৰী হিচাবে আজি শপত গ্ৰহন কৰে ৷

Pranab kumar Das, Tezpur, Assam
29/5/19
Last Updated : May 30, 2019, 11:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.