ETV Bharat / bharat

POCSO অভিযুক্তই জপিয়ালে সাগৰত : সন্ধান অব্যাহত

সাক্ষ্য সংগ্ৰহৰ বাবে নিয়া POCSO অভিযুক্তই জাপ দিলে সাগৰত ৷ বৰ্তমানেও সন্ধান অব্যাহত ৷

author img

By

Published : Jul 22, 2020, 6:07 PM IST

সন্ধান অব্যাহত
POCSO অভিযুক্তই জপিয়ালে সাগৰত

নেশ্যনেল ডেস্ক, 22 জুলাই : শাৰীৰিক শোষণৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আইনৰ অধীনত গোচৰ ৰুজু হোৱা এজন অভিযুক্তই বুধবাৰে পুৱাৰ ভাগত আৰক্ষীৰ জিম্মাতে সাগৰত জাপ মাৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,কেৰালাৰ কাছাৰগোডে জিলাৰ কাছাবালৈ সাক্ষ্য সংগ্ৰহৰ বাবে লৈ যোৱা সময়ত অভিযুক্তজনে সাগৰত জপিয়ায় ৷

উল্লেখ্য যে,মঙলবাৰে সন্ধিয়াভাগত অভিযুক্ত মহেশৰ চুবুৰীয়াৰ গোচৰৰ ভিত্তিত তেওঁক আটক কৰা হৈছিল ৷ আৰক্ষীৰ মতে,সাগৰেদি অভিযুক্তজনক সাক্ষ্য সংগ্ৰহৰ বাবে লৈ যোৱা সময়তে তেওঁ পানীলৈ জাপ মাৰে ৷

ইয়াৰ পাচতে মহেশৰ সন্ধানত দুজন আৰক্ষী বিষয়াই পানীলৈ জপিয়াই যদিও মহেশৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহয় ৷ পাচত,অভিযুক্তজনৰ সন্ধানত কৰিবলৈ সন্তৰণবিদ মোতায়েন কৰা হয় ৷

লগতে পঢ়ক : বৈদেশিৰ বিনিয়োগৰ বাবে ভাৰত সৰ্বাধিক অনুকূল : গাডকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.