ETV Bharat / bharat

উদ্ভাৱক আমল যাদৱক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্ভাৱক আমল যাদৱক ডাঙৰ সপোন দেখি যাবলৈ অনুৰোধ

নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰিলে উদ্ভাৱক আমল যাদৱক
author img

By

Published : Oct 21, 2019, 5:29 PM IST

নেশ্যনেল ডেস্ক, 21 অক্টোবৰ: দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে উদ্ভাৱক আমল যাদৱক ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সোমবাৰে এই কথা ঘোষণা কৰে ৷ আমল যাদৱে 6 জন লোক বহিব পৰা এখন বিমান নিজ প্ৰচেষ্টাৰে সাজি উলিয়াইছিল ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সোমবাৰে টুইট যোগে এই কথা প্ৰকাশ কৰে ৷

2016 চনত চৰকাৰৰ 'Make in India'ৰ এক অনুষ্ঠানত কেপ্টেইন যাদৱে তেওঁৰ বিমানখনৰ এটা আৰ্হি প্ৰদৰ্শন কৰিছিল ৷ যাদৱে জানিবলৈ দিয়ে যে বিগত 19 বছৰ ধৰি তেওঁ এই বিমান নিৰ্মাণৰ কামত লাগি আছিল ৷ নিজৰ ঘৰৰ চাদৰ ওপৰতে এই বিমান সাজি উলিয়াইছিল যাদৱে ৷
  • PM @narendramodi is of the view that determined individuals like Captain Yadav embody the spirit and character of New India. When informed of the delays, concerned authorities were asked to take immediate action to ensure that all regulatory hurdles were removed. pic.twitter.com/nBGHmDli2Y

    — PMO India (@PMOIndia) October 21, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
যাদৱে নিজৰ সন্মুখলৈ অহা প্ৰত্যাহ্বামৰ কথা উল্লেখ কৰি কয় যে প্ৰথমে তেওঁ DGCAৰ ফালৰ পৰা যাৱতীয় অনুমতি পোৱা নাছিল যদিও পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে সমগ্ৰ বিষয়টো প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাত DGCA য়ে তেওঁক বিমানখন নিৰ্মাণৰ অনুমতি প্ৰদান কৰে ৷

KEEP DREAMING BIG: PM MODI TO INNOVATOR AMOL YADAV

উদ্ভাৱক আমল যাদৱক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, 21 অক্টোবৰ: দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে উদ্ভাৱক আমল যাদৱক ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সোমবাৰে এই কথা ঘোষণা কৰে ৷ আমল যাদৱে 6 জন লোক বহিব পৰা এখন বিমান নিজ প্ৰচেষ্টাৰে সাজি উলিয়াইছিল ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সোমবাৰে টুইট যোগে এই কথা প্ৰকাশ কৰে ৷
2016 চনত চৰকাৰৰ 'Make in India'ৰ এক অনুষ্ঠানত কেপ্টেইন যাদৱে তেওঁৰ বিমানখনৰ এটা আৰ্হি প্ৰদৰ্শন কৰিছিল ৷ যাদৱে জানিবলৈ দিয়ে যে বিগত 19 বছৰ ধৰি তেঁও এই বিমান নিৰ্মাণৰ কামত লাগি আছিল ৷ নিজৰ ঘৰৰ চাদৰ ওপৰতে এই বিমান সাজি উলিয়াইছিল যাদৱে ৷
যাদৱে নিজৰ সন্মোখলৈ অহা প্ৰত্যাহবানৰ কথা উল্লেখ কৰি কয় যে প্ৰথমে তেঁও DGCA ৰ ফালৰ পৰা যাবতীয় অনুমতি পোৱা নাছিল যদিও পৰবৰ্তী সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনৱিছে সমগ্ৰ বিষয়টো প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাত DGCA য়ে তেঁওক বিমানখন নিৰ্মাণৰ অনুমতি প্ৰদান কৰে ৷ 
EHYnZobU0AATRvk_1.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.