ETV Bharat / bharat

বছৰৰ প্ৰথমটো তুষাৰপাতে শুভ্ৰ কৰিলে কেদাৰনাথ মন্দিৰ

বৃস্পতিবাৰে পুৱাৰ পৰা আৰম্ভ হয় প্ৰচণ্ড তুষাৰপাত ৷ শুভ্ৰ তুষাৰপাতৰ ফলত মনোৰম হৈ উঠে কেদাৰনাথ মন্দিৰৰ চৌহদ ৷

বছৰৰ প্ৰথমটো তুষাৰপাতে শুভ্ৰ কৰিলে কেদাৰনাথ মন্দিৰ
author img

By

Published : Nov 8, 2019, 11:35 AM IST

নেচনেল ডেস্ক, 8 নৱেম্বৰ:

  • উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত প্ৰচণ্ড তুষাৰপাত
  • তুষাৰপাতৰ ফলত স্তব্ধ হ'ল কেদাৰনাথ উপত্যকাৰ স্বাভাৱিক জীৱন যাত্ৰা
  • ব্যাহত হৈছে উপত্যকাটোৰ যান-বাহন চলাচল
  • বদ্ৰীনাথ মন্দিৰটো আৰম্ভ হৈছে তুষাৰপাত
    বছৰৰ প্ৰথমটো তুষাৰপাতে শুভ্ৰ কৰিলে কেদাৰনাথ মন্দিৰ

আৰু পঢ়ক: মালিগাঁৱত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা

Kedarnath (Uttarakhand), Nov 08 (ANI): Hill shrine town of Kedarnath received fresh snowfall on Nov 07. Snow covered the entire landscape. The vehicular movement was partially disrupted following the snowfall. The all time famous Badrinath Temple was also seen draped in sheet of snow.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.