ETV Bharat / bharat

কাশ্মীৰৰ আঞ্চলিক পৰিচয়ত কোনো সংকট নাইঃ ৰাজ্যপাল সত্যপাল মালিক

কাশ্মীৰৰ আঞ্চলিক পৰিচয়ত কোনো সংকট আৰু সংশয় নাই ৷ দেশৰ 73সংখ্যক স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে উল্লেখ কৰে এই কথা ৷

author img

By

Published : Aug 15, 2019, 10:59 PM IST

কাশ্মীৰৰ আঞ্চলিক পৰিচয়ত কোনো সংকট নাইঃ ৰাজ্যপাল সত্যপাল মালিক

নিউজ ডেস্ক, 15 আগষ্টঃ কাশ্মীৰৰ আঞ্চলিক পৰিচয়ত কোনো সংকট আৰু সংশয় নাই ৷ দেশৰ 73সংখ্যক স্বাধীনতা দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে উল্লেখ কৰে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে ৷ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ শ্বেৰ-ই-কাশ্মীৰ ষ্টেডিয়ামত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যপাল মালিকে ৷ স্বাধীনতা দিৱস উপলক্ষে প্ৰদান কৰা ভাষণত জম্মু-কাশ্মীৰক লৈ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যপাল সত্যপাল মালিকে ৷

কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰা বিষয়টো ঐতিহাসিক সিদ্ধান্ত বুলি কয় সত্যপাল মালিকে ৷ ইয়াৰ লগতে ৰাজ্যপালগৰাকীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত জম্মু-কাশ্মীৰৰ স্থানীয় ৰাইজৰ আঞ্চলিক পৰিচয়ৰ ওপৰত কোনোধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে ৷ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত দুয়োটা অঞ্চলৰ জনসাধাৰণৰ জীৱনধাৰা উন্নত হ'ব ৷ অনুচ্ছেদ 370ৰ প্ৰত্যাহাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাটো সংবিধানৰ ভিতৰত থাকি কৰা হৈছে আৰু দেশৰ প্ৰতিটো অঞ্চলৰ উন্নয়নো সংবিধানে প্ৰদান কৰে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ বাবে গ্ৰহন কৰা সিদ্ধান্তৰ লগতে জম্মু-কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ পিচতেই জম্মু-কাশ্মীৰত বন্ধ কৰি দিয়া হৈছিল যোগাযোগৰ মাধ্যম ৷ অৱশ্যে পৰিস্থিতি কিছু উন্নত হোৱা সাময়িকভাৱে উঠাই লোৱা হৈছিল ইন্টাৰনেট তথা ম'বাইল সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা ৷

Intro:Body:

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.