ETV Bharat / bharat

নিয়াৰ জিম্বাত থকা কাশ্মীৰি মহিলা কোভিড-১৯ ত আক্ৰান্ত

নিয়াৰ জিম্বাত থকা মহিলা কৰ'ণা ভাইৰাছত আক্ৰান্ত । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধ প্ৰদৰ্শনৰ বাবে নিয়াৰ জিম্বাত আছিল মহিলা গৰাকী ।

kashmiri-woman-held-for-planning-terror-acts-tests-positive-for-covid-19-in-nia-custody

author img

By

Published : Jun 7, 2020, 9:38 PM IST

নিউজ ডেস্ক, ৭ জুন : এন আই এৰ জিম্বাত থকা কাশ্মীৰি মহিলাৰ দেহত কোভিড-১৯ ৰ উপস্থিতি । তৎকালীনভাৱে ন্যায়ধীশে আক্ৰান্ত মহিলা গৰাকীক লোক নায়ক জয় প্ৰকাশ চিকিৎসালয়ত ভৰ্তী কৰাৰ নিৰ্দেশ জাৰি কৰে ।

বিৱৰণ অনুসৰি, আক্ৰান্ত মহিলা গৰাকী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ প্ৰদৰ্শনৰ বাবে নিয়াৰ জিম্বাত আছিল ।

উক্ত ঘটনাৰ বাবে আদালতে মহিলা গৰাকীৰ স্বামীৰ লগতে অন্য এজন অভিযুক্তক জিম্বাত ৰাখিছিল ।

এজেঞ্চিটোৰ অভিযোগ অনুসৰি, অভিযুক্ত কেইগৰাকীক নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ প্ৰদৰ্শনৰ বাবে জনসাধাৰণক উচতনি দিয়াৰ বাবে জিম্বাত ৰাখিছিল ।

লগতে পঢ়ক : ষ্টাৰ্ট আপৰ সফলতাৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.