ETV Bharat / bharat

কৰ্ণাটকত প্ৰতিবাদৰ নামত যান বাহনত অগ্নিসংযোগ - যান বাহনত অগ্নিসংযোগ

কৰ্ণাটকৰ কংগ্ৰেছ নেতা ডি.কে শিৱকুমাৰক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বুধবাৰে নেতা গৰাকীৰ একাংশ সমৰ্থকে অগ্নি সংযোগ কৰে কৰ্ণাটকৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাহনত ৷

কৰ্ণাটকত প্ৰতিবাদৰ নামত যান বাহনত অগ্নিসংযোগ
author img

By

Published : Sep 4, 2019, 11:28 AM IST

বেংগালুৰু, 04 চেপ্তেম্বৰঃ কৰ্ণাটকৰ কংগ্ৰেছ নেতা ডি.কে শিৱকুমাৰক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বুধবাৰে নেতাগৰাকীৰ একাংশ সমৰ্থকে কৰ্ণাটকৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাহনত অগ্নি সংযোগ কৰে ৷ প্ৰতিবাদকাৰী সকলে মালাভাল্লি, কানাকাপুৰা আৰু চান্নাপাতনাকে ধৰি কেইবাখনো ঠাই লক্ষ্য কৰি লৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ লগতে কৰ্ণাটক আৰক্ষীয়ে ৰাজ্যিক পৰিবহণ নিগমক বাছ সেৱা স্থগিত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ উল্লেখযোগ্য যে, মঙলবাৰে বিয়লি শিৱকুমাৰক গ্ৰেপ্তাৰৰ কৰাৰ পাছতেই কৰ্ণাটক কংগ্ৰেছে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰিছিল ৷

Intro:শিলচৰৰ আসাম বিশ্ববিদ্যালয়ত কৰ্মৰত ড. সুমনা চক্ৰবৰ্ত্তী শৰ্মাৰ মা দেউতা ভাই ভন্টি স্বামী পুত্ৰ কন্যাক ধৰি সকলোৰ নাম নাগৰিক পঞ্জীত আহিছে যদিও তেওঁৰ নাম অহা নাই ।Body:শিলচৰৰ আসাম বিশ্ববিদ্যালয়ত কৰ্মৰত ড. সুমনা চক্ৰবৰ্ত্তী শৰ্মাৰ মা দেউতা ভাই ভন্টি স্বামী পুত্ৰ কন্যাক ধৰি সকলোৰ নাম নাগৰিক পঞ্জীত আহিছে যদিও তেওঁৰ নাম অহা নাই । তেওঁৰ বৃদ্ধ মা আৰু ভাই ভন্টি স্বামী পুত্ৰ কন্যাক ধৰি সকলোক নুমুলীগড়ক মাতি লৈ সকলো নথিপত্ৰ পৰীক্ষা কৰি একো সমস্যা নাই বুলি জানিব দিয়া হৈছিল যদিও এতিয়া বাকি সকলৰ নাম আহিছে যদিও তেওঁৰ নাম ৰিজেক্ট বুলি আহিছে । তেওঁ এতিয়া ক্ষুব্ধ হৈ জানিব বিচাৰে কিয় তেওঁৰ নাম ৰিজেক্ট বুলি আহিছে । কিয় পৰিয়ালৰ আন সকলৰ নাম আহিল অথচ তেওঁৰ নাম বাদ দিয়া হৈছে । তেওঁ এই নাগৰিক পঞ্জী প্ৰস্তুতিৰ প্ৰক্ৰিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে আৰু উচ্চ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ দাবী জনায়।Conclusion: তেওঁ, যি জনে তেওঁক বাদ দিছে তাৰ উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে । --- বাইট
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.