ETV Bharat / bharat

শ্বহীদ হোৱাৰ পূৰ্বে 9 শত্ৰুক গুলীয়াইছিল কেপ্তেইন অনুজ নায়াৰে

author img

By

Published : Jul 26, 2020, 7:31 PM IST

কেৱল 24 বছৰ বয়সতে দুঃসাহসিকতাৰ পৰিচয় দিয়া কেপ্তেইন নায়াৰে মৃত্যুৰ পূৰ্বে 9 জনকৈ শত্ৰুক গুলীয়াই হত্যা কৰিছিল ৷ শ্বহীদ নায়াৰে দেশৰ সৰ্বোচ্চ গেলান্ট্ৰী সন্মান 'মহাবীৰ চক্ৰ' লাভ কৰিছিল ৷

কেপ্তেইন অনুজ নায়াৰ
শ্বহীদ হোৱাৰ পূৰ্বে 9 শত্ৰুক গুলীয়াই নিহত কৰিছিল কেপ্তেইন অনুজ নায়াৰে

নেশ্যনেল ডেস্ক, 26 জুলাই : 1999 চনৰ কাৰ্গিল যুদ্ধৰ সময়ত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ বহু সংখ্যক বীৰ যোদ্ধাই ৷ তেওঁলোকৰ ভিতৰত অন্যতম আছিল জনকপুৰীৰ কেপ্তেইন অনুজ নায়াৰ ৷

কেপ্তেইন নায়াৰ আছিল কাৰ্গিল যুদ্ধৰ জাত ৰেজিমেন্টৰ 17 সংখ্যক বেটেলিয়ানৰ কেডাৰ ৷ নায়াৰক টাইগাৰ হিলৰ পৰা পাকিস্তানী সৈন্যক আঁতৰাই পঠোৱাৰ দায়িত্ব অৰ্পন কৰা হৈছিল ৷ ইয়াৰ পাচতে দায়িত্ব পালন কৰি নায়াৰে শ্বহীদ হোৱাৰ পূৰ্বে অকলে 9 জনকৈ শত্ৰুক গুলীয়াই হত্যা কৰিছিল ৷

এই দুঃসাহসিকতাৰ বাবে নায়াৰে কেৱল 24 বছৰ বয়সতে দেশৰ সৰ্বোচ্চ গেলান্ট্ৰী সন্মান 'মহাবীৰ চক্ৰ' লাভ কৰা একমাত্ৰ বিষয়া হিচাপে পৰিগণিত হৈছিল ৷ কেপ্তেইন নায়াৰৰ শেষকৃত্যত উপস্থিত হৈছিল শ-শ লোক আৰু বীৰ জোৱানজনক চকুলোৰে বিদায় জনাইছিল ৷

লগতে পঢ়ক : পাকিস্তানৰ নৃশংসতাৰ কাহিনী, সৌৰভ কালিয়াৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.