ETV Bharat / bharat

আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ ভিডিঅ' মুকলি কৰিলে কমল নাথে

author img

By

Published : Jun 4, 2020, 10:37 PM IST

মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে বৃহস্পতিবাৰে উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰিছে তেওঁলোকৰ দলৰ প্ৰচাৰ ভিডিঅ' ।

Kamal Nath releases promotional video for upcoming election

নেশ্যনেল ডেস্ক, 4 জুনঃ বৃহস্পতিবাৰে অভিনেতা অমিতাভ বচ্চনে কণ্ঠদান কৰা 'তুম মুঝে কব তক ৰোক'গী' শীৰ্ষক এটা নিৰ্বাচনৰ প্ৰচাৰ ভিডিঅ' মুকলি কৰে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে ।

আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ ভিডিঅ' মুকলি কৰিলে কমল নাথে

কংগ্ৰেছৰ দলৰ দ্বাৰা মুকলি কৰা এক মিনিটৰ ভিডিঅ'টোত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ দলে শাসন কৰা সময়ৰ বিষয়ে উল্লেখ কৰা হৈছে । কিছুদিন পূৰ্বে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ছিন্দৱাৰা পৰিদৰ্শন কৰিবলৈ যাওঁতে শ্বাহৰুখ খান অভিনীত 'ওম শান্তি ওম' বোলছবিৰ 'পিকচাৰ অভি বাকী হ্যে মেৰা দোস্ত' শীৰ্ষক সংলাপটোও আবৃত্তি কৰা দেখা গৈছিল ।

লগতে চাওকঃ শুৱালকুছিলৈ আহিল ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.