ETV Bharat / bharat

JNU বিক্ষোভঃ এ এম ইউ, জামিয়া, এফ টি টি আইৰ একত্ৰিত প্ৰতিবাদ - আইছি ঘোষ

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ সভানেত্ৰী আইছি ঘোষৰ ওপৰত আক্ৰমণৰ ঘটনাৰ পাচতেই তীব্ৰ উত্তেজনা বিশ্ববিদ্যালয় চৌহদত ৷ এই ঘটনাৰ প্ৰতিবাদলৈ সহযোগ কৰিছে এএমইউ, জামিয়া, এফটিটিআইৰ ৷ ইপিনে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰিছে চাৰিজন বিশ্ববিদ্যালয়ৰ চৌহদৰ বাহিৰৰ লোকক ৷

JNU বিক্ষোপঃ প্ৰতিবাদ এএমইউ, জামিয়া, এফটিটিআইৰ

author img

By

Published : Jan 6, 2020, 9:43 AM IST

নতুন দিল্লী, 6 জানুৱাৰীঃ দেওবাৰে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মাজত সংঘটিত হৈছিল শিলাবৰ্ষণৰ দৰে ঘটনা ৷ ঘটনাক লৈ বিশ্ববিদ্যালয় চৌহদত মোতায়েন কৰা হৈছিল সামৰিক আৰু অৰ্ধসাৰিক বাহিনী ৷

কিন্তু সন্ধিয়া ভাগত একাংশ মুখা পিন্ধা পুৰুষ-মহিলা উভয় দলে হাতত লাঠি, লোহাৰ ৰ’ড লৈ আক্ৰমণ চলায় ছাত্ৰ একতা সভাৰ সভানেত্ৰী আইছি ঘোষৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ ওপৰত ৷ য’ত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভানেত্ৰী আইছি ঘোষৰ লগতে অন্য দুগৰাকী বিষয়ববীয়া ৷

JNU ৰ আক্ৰমণ ঘটনাক সৰ্বত্ৰে নিন্দা

এই ঘটনাৰ পাচতেই উত্তপ্ত হৈ পৰে বিশ্ববিদ্যালয়ৰ পৰিৱেশ ৷ ঘটনাত এবিভিপিৰ সদস্য জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে শিলাবৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হয় এবিভিপিৰ বিৰুদ্ধে ৷ বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাই আয়োজন কৰা এখন সভাত সংঘটিত হয় এই ঘটনা ৷

এই আক্ৰমণৰ পাচত বিশ্ববিদ্যালয়খনৰ সভাপতি আইছি ঘোষে কয় যে, মোক বেয়াকৈ প্ৰহাৰ কৰা হৈছে ৷ একাংশ মুখা পিন্ধা লোকে মোৰ ওপৰত আক্ৰমণ চলায় ৷ মই জ্ঞাত নহয় তেওঁলোক কোন ! পিচত ততাতৈয়াকৈ তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ এই আক্ৰমণত বিশ্ববিদ্যালয়খনৰ সাধাৰণ সম্পাদক সতীশ চন্দ্ৰও আহত হয় ৷

আইছি ঘোষৰ প্ৰতিক্ৰিয়া

বিশ্ববিদ্যালয়খনৰ উপ সভাপতি সাকেত মুনেও এই ঘটনাৰ আঁৰত এবিভিপিৰ সদস্য জড়িত আছে বুলি অভিযোগ উত্থাপন কৰি এইটো বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা পৰিচালিত হৈছিল বুলি উল্লেখ কৰে ৷ ৱাটাছএপৰ বাৰ্তা প্ৰশংস উত্থাপন কৰি উপ সভাপতিগৰাকীয়ে এবিভিপিয়ে বাহিৰৰ পৰা এটা বৃহৎ গুণ্ডাৰ দল তৈয়াৰ কৰি এই আক্ৰমণ সংঘটিত কৰে বুলি উল্লেখ কৰে ৷

আক্ৰমণ ঘটনাৰ পাচতেই দেশযুৰি প্ৰতিবাদ

এই ঘটনা সন্দৰ্ভত প্ৰশাসনৰ পৰা এতিয়া লৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই ৷ এই ঘটনাৰ পাচত বিশ্ববিদ্যালয়খনত পুনৰ অস্থিৰ পৰিৱেশে বিৰাজ কৰিছে ৷ ইয়াৰ পূৰ্বে এবিভিপিয়ে বাওঁপন্থী দলৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰিয়াৰ হোষ্টলত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ য’ত উপ সভাপতি পদৰ প্ৰাৰ্থী মনীষ জাংগিড়ৰ সহ বহু ছাত্ৰ-ছাত্ৰী গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে শিলাবৰ্ষণ কৰাৰো অভিযোগ উত্থাপন কৰিছে এবিভিপিয়ে ৷

  • The brutal attack on JNU students & teachers by masked thugs, that has left many seriously injured, is shocking.

    The fascists in control of our nation, are afraid of the voices of our brave students. Today’s violence in JNU is a reflection of that fear.

    #SOSJNU pic.twitter.com/kruTzbxJFJ

    — Rahul Gandhi (@RahulGandhi) January 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ZCZC
PRI GEN NAT
.NEWDELHI DEL49
DL-JNU-CLASH
JNU Students' Union and ABVP members clash on university campus
          New Delhi, Jan 5 (PTI) A clash broke out between members of the Jawaharlal Nehru University (JNU) Students' Union and the ABVP on the university campus on Sunday, sources said.
          According to the sources, the clash took place during a public meeting organised by the JNU Teachers' Association.
          The students' union claimed that its president Aishe Ghosh and many other students were injured in stone pelting by ABVP members. PTI SLB AMP
SMN
SMN
01051958
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.