ETV Bharat / bharat

ঝাৰখণ্ড বিধানসভা নিৰ্বাচন:জেএমএম মিত্ৰজোটৰ অগ্ৰগতি

অব্যাহত আছে ঝাৰখণ্ড বিধনসভা নিৰ্বাচনৰ ভোটগণনা ৷ পুৱা 8 বজাৰ পৰা ৰাজ্যখনৰ 24 খন জিলাত আৰম্ভ হয় ভোটগণনা ৷

ঝাৰখণ্ড বিধানসভা নিৰ্বাচন:জেএমএম মিত্ৰজোটৰ অগ্ৰগতি
ঝাৰখণ্ড বিধানসভা নিৰ্বাচন:জেএমএম মিত্ৰজোটৰ অগ্ৰগতি
author img

By

Published : Dec 23, 2019, 2:50 PM IST

Updated : Dec 23, 2019, 4:48 PM IST

নিউজ ডেস্ক, 23 ডিচেম্বৰ: অব্যাহত আছে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ পুৱা 8 বজাৰ পৰা ৰাজ্যখনৰ 24 খন জিলাত আৰম্ভ হয় ভোটগণনা ৷

Etv Bharat Assam
ঝাৰখণ্ড বিধানসভা নিৰ্বাচন:জেএমএম মিত্ৰজোটৰ অগ্ৰগতি

ৰাজ্যখনত ঝাৰখণ্ড মুক্তি মৰ্চা মুঠ 43 খন আসন,কংগ্ৰেছ 31 খন আৰু আৰু লালু প্ৰসাদৰ আৰ জেডিয়ে মুঠ 7 খন বিধানসভা আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ 30 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ মুঠ পাঁচটা পৰ্যায়ত অনুষ্ঠিত হৈছিল এই নিৰ্বাচন ৷

দুপৰীয়া 2 বজালৈ পোৱা তথ্য অনুসৰি 81 খন আসনৰ ভিতৰত বিজেপি 31 খন,জেএমএম মিত্ৰজোঁট 40 খন, এজেএচইউয়ে 4 খন আৰু অন্যান্যই লাভ কৰিছে মুঠ 4 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

লগতে পঢ়কঃভাষাৰ সুৰক্ষাৰ বাবে কিতাপ পঢ়াৰ প্ৰয়োজনঃডঃ আবু হানিফা

JHARKHAND ELECTION
Last Updated : Dec 23, 2019, 4:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.