ETV Bharat / bharat

ভাল দিন আহিবঃ দৃঢ় বিশ্বাসী জেট এয়াৰৱেজ

author img

By

Published : Mar 23, 2019, 7:44 PM IST

জেট এয়াৰৱেজে পুনৰ বাতিল কৰিলে 13 খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা ৷ দৰমহা প্ৰদানত বিলম্ব হোৱাত এক  এপ্ৰিলৰ পৰা ধৰ্মঘটত বহাৰ হুংকাৰ দিছে পাইলটসকলে ৷

ভাগ্য সলনী হ’ব: দৃঢ় বিশ্বাসী জেট এয়াৰৱেজ

নিউজ ডেস্ক, 23 মাৰ্চ : বিত্তীয় সংকটত জৰ্জৰিত ব্যক্তিগত খণ্ডৰ বিমান সেৱাপ্ৰতিষ্ঠান জেট এয়াৰৱেজে পুনৰ বাতিল কৰিলে 13 খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা ৷ ইয়াৰ পূৰ্বেও প্ৰতিষ্ঠানটোৱে 7 খন বিমানৰ সেৱা বাতিল কৰিছিল ৷ বিমান লীজত দিওঁতাসকলক বকেয়া ধন আদায় দিব নোৱৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণকৰিছিল প্ৰতিষ্ঠানটোৱে ৷

বিত্তীয় সংকটৰ মাজতো প্ৰতিষ্ঠানটোৰ ভাল দিন আহিব বুলি দৃঢ় বিশ্বাসী প্ৰতিষ্ঠানটো ৷প্ৰতিষ্ঠানটো আৰু ইয়াৰ অংশীদাৰসকলেএতিয়াও প্ৰতিষ্ঠানটোক সুদৃঢ় কৰি তুলিবলৈ যত্ন অব্যাহত ৰাখিছে ৷ বেংকৰ 9,000 কোটি টকাৰ উপৰি15,000 কোটিটকা আদায় দিবলৈ আছে জেট এয়াৰৱেজৰ৷ ইয়াৰ উপৰি দৰমহা প্ৰদানত বিলম্ব হোৱাত এক এপ্ৰিলৰ পৰা ধৰ্মঘটত বহাৰ হুংকাৰ দিছে পাইলটসকলে ৷

Jet Airways suspends 13 more international flights, confident of a turnaround

ভাগ্য সলনী হ’ব: দৃঢ় বিশ্বাসী জেট এয়াৰৱেজ

নিউজ ডেস্ক, 23 মাৰ্চ : বিত্তিয় সংকতত জৰ্জৰ ব্যক্তিগত বৈমানিক প্ৰতিষ্ঠান জেট এয়াৰৱেজ পুনৰ বাতিল কৰিলে 13 খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা ৷ এপ্ৰিল মাহৰ শেষলৈ বাতিল কৰা হৈছে এই বিমানকেইখনৰ সেৱা ৷ ইয়াৰ পূৰ্বেও প্ৰতিষ্ঠানটোৱে 7 খন বিমানৰ সেৱা বাতিল কৰিছিল ৷ বিমান লীজত দিওঁতাসকলক বকেয়া ধন আদায় দিব নোৱাৰা বাবে এই সিদ্ধান্ত গ্ৰহন কৰিছিল প্ৰতিষ্ঠানটোৱে ৷ 

বিত্তিয় সংকতৰ মাজতো  প্ৰতিষ্ঠানটো ভাল দিন আহিব বুলি দৃঢ় বিশ্বাসী ৷ বৈমানিক প্ৰতিষ্ঠানটো আৰু ইয়াৰ অংশিদাৰ সমূহে এতিয়াও প্ৰতিষ্ঠানটোক সুদৃঢ় কৰি তুলিবলৈ যত্ন অব্যাহত ৰাখিছে ৷ বেঙ্কৰ 9,000 কোটী টকাৰ ওপৰিও 15,000 কোটী টকা আদায় দিবলৈ আছে ৷ ইয়াৰ ওপৰিও প্ৰতিষ্ঠানটোৱে পাইলটসকলক দৰমহা প্ৰদানত পলম হোৱাৰ বাবে 1 এপ্ৰীলৰ পৰা পাইলটসকলে ধৰ্মগটৰ হোংকাৰ দিছে ৷ 

ইন্ধনৰ বঢ়ধিত মূল্য আৰু বিশ্ব অৰ্থনিতিত টকাৰ অৱনমিত দৰ আৰু অন্য বিমান প্ৰতিষ্ঠান সমূহৰ লগত প্ৰতিদ্বন্দিতা বিমান প্ৰতিষ্ঠানটোৰ অৱনতিৰ মূল কাৰণ বুলি ধাৰণা কৰা হৈছে ৷
Jet_Airways3.jpg

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.