ETV Bharat / bharat

কৰ্ণাটকৰ ৰাইশূৰত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা - plastic campaign

কৰ্ণাটকৰ ৰাইশূৰ জিলাত চৰকাৰ আৰু নিৰ্বাচিত প্ৰতিনিধিবৰ্গই কাপোৰৰ মোনা ব্যৱহাৰ কৰি প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে ৷

Women of Raichur helping the society to ban single use of plastic
কৰ্ণাটকৰ ৰাইশূৰত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা
author img

By

Published : Jan 24, 2020, 5:30 PM IST

নিউজ ডেস্ক,24 জানুৱাৰীঃ চৌদিশে যিহেতু প্লাষ্টিকৰ বিৰুদ্ধে সজাগতাৰ জোৱাৰ উঠিছে,এই ক্ষেত্ৰত প্লাষ্টিকৰ বিকল্প পদাৰ্থৰ ব্যৱহাৰ জনপ্ৰিয় কৰাতো প্ৰয়োজনীয় হৈ পৰিছে ৷ ৰাইশূৰ জিলাত চৰকাৰ আৰু নিৰ্বাচিত প্ৰতিনিধিবৰ্গই কাপোৰৰ মোনাৰ ব্যৱহাৰ জনপ্ৰিয় কৰাৰ বাবে হাত উজান দিছে ৷ ৰাইশূৰৰ সিন্ধানুৰ অঞ্চলৰ লোকসকলক জিলা পৌৰ নিগমৰ সদস্য নলিনী চন্দ্ৰশেখৰ মেটীয়ে কাপোৰৰ মোনা বিতৰণ কৰিছে ৷ নিজৰ গাঁঠিৰ ধন ব্যয় কৰি তেওঁ হোচাপেতৰ পৰা 600 কাপোৰৰ মোনা ক্ৰয় কৰে আৰু সেইসমূহ সিন্ধানুৰৰ দুই নং ৱাৰ্ডৰ আৱাসীসকলৰ মাজত বিতৰণ কৰে ৷

কৰ্ণাটকৰ ৰাইশূৰত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা

নলিনীয়ে নিজৰ ৱাৰ্ডটো প্লাষ্টিক মুক্ত কৰিব বিচাৰে ৷ যাৰ বাবে তেওঁ কাপোৰৰ মোনা বোৰত "we walk towards cleanness" এটি বাৰ্তা ছপা কৰি সজাগতা সৃষ্টিৰ চেষ্টা চলাইছে ৷ দেখা যায় যে,কাপোৰৰ মোনাসমূহ দীৰ্ঘ সময়লৈ ব্যৱহাৰ কৰিব পাৰি আৰু 10-15 কেজি সামগ্ৰী কঢ়িয়াব পাৰি ৷ কাপোৰৰ মোনাসমূহ পৰিৱেশ অনুকূল কিয়নো এই সমূহ কপাহ আৰু পুনঃব্যৱহাৰ যোগ্য সামগ্ৰীৰ পৰা নিৰ্মাণ কৰা হয় ৷

লগতে পঢ়কঃমুখ্যমন্ত্ৰীৰ গৃহ চহৰত ফুটবল খেল খেলি কাৰ বিৰুদ্ধে প্ৰতিবাদত নামিব জুবিন গাৰ্গ

Intro:Body:

Headline: Women of Raichur helping the society to ban single use of plastic

Story:

Raichur: As the use of plastic being discouraged all round, there is a need to popularize the use of an alternative to plastic. The government and the elected representatives are joining hands in popularizing the use of cloth bags in Raichur district.

Nalini Chandrashekhar Meti, a member of City Municipal Council, is distributing cloth bags to the people in Raichur's Sindhanur area.

Spending money from her pocket, she has bought 600 cloth bags from Hosapete and is distributing them among the people in Ward Number 2 in Sindhanur for free of cost.

Nalini who wants to make her ward plastic-free distributed cloth bags with a printed message on it, ‘We walk towards cleanliness’.

If one looks at the benefits of using cloth bags, it can be used for many years and can carry up to 10-15 kgs of weight.

Cloth bags are environment-friendly as they are made up of cotton and are recyclable too.

Nalini is also creating awareness of the harmful effects of plastic on the environment among the people.

-------------------------

Location: Raichur, Karnataka

Vo:  As the use of plastic being discouraged all round, there is a need to popularize the use of an alternative to plastic. The government and the elected representatives are joining hands in popularizing the use of cloth bags in Raichur district. 

GFX 1:  Govt and elected representatives are joining hands in popularizing the use of cloth bags

VO: Nalini Chandrashekhar Meti, a member of City Municipal Council, is distributing cloth bags to the people in Raichur's Sindhanur area.

GFX2: Nalini is distributing cloth bags free of cost to the people 

VO: Spending money from her pocket, she has bought 600 cloth bags from Hosapete and is distributing them among the people in Ward Number 2 in Sindhanur free of cost.

GFX3: She has bought 600 cloth bags from Hosapete to distribute in ward no. 2

Byte of Native of Sindnur

VO:Nalini who wants to make her ward plastic-free distributed cloth bags with a printed message on it, ‘We walk towards cleanliness’.

GFX4:Cloth bags have a printed message on it, ‘We walk towards cleanliness’

VO:If one looks at the benefits of using cloth bags, it can be used for many years and can carry up to 10-15 kgs of weight. 

GFX5: The bag can be used for many years and can carry up to 10-15 kgs

VO:Cloth bags are environment-friendly as they are made up of cotton and are recyclable too.

GFX 6: These bags are eco-friendly and recyclable too

VO:Nalini is also creating awareness among the people about the harmful effects of plastic use on the environment.

An etv Bharat report

-----------------------------

Byte : - Native of Sindanur

00.00 -00.34

Nalin Chandrashekar Meti made awareness in people about plastic. I am happy about her.

 If govt will also take some initiative to ban plastic production factory, it will be more effective. 

PM Modi's Swach Barat Abhiyan started first time in Sindanur because of Nalini. For which I congratulate her.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.