ETV Bharat / bharat

পিল্লাইয়াৰ্কুপ্পাম গাঁওবাসীৰ প্লাষ্টিক বিৰোধী যুঁজ

নিকা আৰু পৰিস্কাৰ পৰিৱেশ গঢ়াৰ উদ্দেশ্যে পণ্ডীচেৰীৰ পিল্লাইয়াৰ্কুপ্পাম গাঁওবাসীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

Plastic campaign story-
পিল্লাইয়াৰ্কুপ্পাম গাঁওবাসীৰ প্লাষ্টিক বিৰোধী যুঁজ
author img

By

Published : Jan 15, 2020, 4:06 PM IST

নিউজ ডেস্ক, 15 জানুৱাৰীঃ নিকা আৰু পৰিস্কাৰ পৰিৱেশ গঢ়াৰ উদ্দেশ্যে পণ্ডীচেৰীৰ এখন গাঁৱে প্লাষ্টিকৰ ব্যৱহাৰ ৰোধৰ বাবে পদক্ষেপ হাতত লৈছে ৷ "Puducherry environmental department"-ৰ হৈ পিল্লাইয়াৰ্কুপ্পাম গাঁওবাসীয়ে গ্ৰাম্য কাউঞ্চিলাৰ আৰু সদস্যৰ এটা দল গঠন কৰিছে ৷

পিল্লাইয়াৰ্কুপ্পাম গাঁওবাসীৰ প্লাষ্টিক বিৰোধী যুঁজ

এই গোটটোৰ সদস্যসকলক কাপোৰ আৰু কাগজৰ মোনা নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ এই পদক্ষেপ প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰাত সহায়ক হ'ব ৷ কাপোৰ আৰু কাগজৰ মোনাসমূহ স্থানীয় দোকানসমূহত বিতৰণ কৰা হয় ৷

সকলো মানুহেই এই পদক্ষেপৰ শলাগ লৈছে ৷ পিল্লাইয়াৰ্কুপ্পামৰ গাঁওবাসীয়ে লোৱা এই পদক্ষেপে ঠাইখনক পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তোলাত সহায় কৰিব ৷

লগতে পঢ়কঃ গুৱাহাটীত বলীউড চুপাৰষ্টাৰ সুনীল চেট্টী

Intro:Body:

Puducherry: Taking a step forward in building a cleaner environment, a village in Puducherry began an initiative to minimise the use of plastic. 

Residents of Pillaiyarkuppam village formed a group of village councilors and members on behalf of the Puducherry environmental department. 

Members of this group were trained to produce bags made of cloth and paper which helps in eliminating the single use plastic. 

The cloth and paper bags were distributed to local shops and grocery stores. This move was greatly appreciated by people everywhere.

According to Puducherry Government Environmental Engineer Suresh, “Pillaiyarkuppam village was declared as a plastic-free village in 2010 and presently, we are creating awareness among people to use cloth and paper bags instead of plastic bags in grocery stores and tea shops. Local women and youngsters were given proper training for the production of alternatives of single use plastic. As of now this village is free of plastic.” 

This initiative of Pillaiyarkuppam villagers have also contributed greatly in making the region a popular tourist destination. 

/////////////////////////////////////////////////////////////////////////////////////////////

Location: Pillaiyarkuppam, Puducherry

VO:Taking a step forward in building a cleaner environment, a village in Puducherry began an initiative to minimise the use of plastic. 

GFX: Puducherry village began an initiative to minimise the use of plastic

VO: Residents of Pillaiyarkuppam village formed a group of village councilors and members on behalf of the Puducherry environmental department. 

GFX: Pillaiyarkuppam villagers formed a group of village councilors 

VO: Members of this group were trained to produce bags made of cloth and paper which helps in eliminating the single use plastic. 

GFX: Members of this group were trained to produce bags made of cloth and paper

VO: The cloth and paper bags were distributed to local shops and grocery stores and this move was greatly appreciated by people everywhere.

GFX: Cloth and paper bags were distributed to local shops and grocery stores

VO:This initiative of Pillaiyarkuppam villagers have also contributed greatly in making the region a popular tourist destination. 

GFX: Pillaiyarkuppam villagers emerged as a popular tourist destination

AN ETV Bharat Report. 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.