ETV Bharat / bharat

এন আৰ চিৰ চূড়ান্ত তালিকা সম্পৰ্কত খৰ্গহস্ত জামাত-এ-ইছলামী হিন্দ

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা সম্পৰ্কত ক্ষোভ প্ৰকাশ কৰিছে জামাত-এ-ইছলামী হিন্দ ৷

এন আৰ চিৰ চূড়ান্ত তালিকা সম্পৰ্কত খৰ্গহস্ত জামাত-এ-ইছলামী হিন্দ
author img

By

Published : Aug 31, 2019, 11:37 PM IST

নিউজ ডেস্ক, 31 আগষ্টঃ শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জামাত-এ-ইছলামী হিন্দে ৷ সংগঠনটোৰ ৰাষ্ট্ৰীয় পৰিক্ৰমা প্ৰৱন্ধক মালিক মূহতাচ্চিম খানে সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়াটো সময়ৰ অপচয় বুলি অভিহিত কৰাৰ লগতে ইয়াক অতি শীঘ্ৰেই অসাংবিধানিক ঘোষণা কৰিব লাগে বুলি দাবী কৰে ৷ আনহাতে সমগ্ৰ প্ৰক্ৰিয়াত কেৱল সংখ্যালঘু জনসাধাৰণক বিশেষভাৱে টাৰ্গেট কৰাৰ অভিযোগ তোলে সম্পাদকগৰাকীয়ে ৷ তদুপৰি অসমত অনুপ্ৰৱেশকাৰী হিচাবে বাংলাদেশৰ হিন্দু শৰণাৰ্থীৰ সংখ্যাহে বেছি বুলি উল্লেখ কৰি অধিকাংশ মুছলমানক অসমৰ খিলঞ্জীয়া বুলি অভিহিত কৰে ৷

Intro:این آر سی ناکام ، اسے رد کیا جائے : جماعت اسلامی
جماعت اسلامی کا سخت بیان، این آر سی نے صرف عوام میں خوف و ہراس کا ماحول بنایا ہے، شہری اندراج کے پورے پروسس کو کالعدم قرار دیا جائے
نئی دہلی

قومی شہری رجسٹر ( این آر سی ) کی حتمی فہرست جاری ہونے کے بعد تقریبا 20 لاکھ شہریوں کی شہریت مشکوک ہونے پر جماعت اسلامی نے سخت رد عمل ظاہر کیا۔
جماعت اسلامی ہند کے سکریٹری برائے قومی امور ملک محتشم خان نے ای ٹی وی بھارت سے خصوصی گفتگو کرتے ہوۓ کہا کہ این آر سی سے صرف وسائل برباد ہوا، عدالت عظمی کا وقت ضائع ہوا، لوگوں کو پریشانی اٹھانی پڑی، شہری ہونے کے باوجود نفسیاتی خوف میں مبتلا ہیں، اس لئے اسے رد کیا جائے ۔
ایک سوال کے جواب میں جماعت کے سکریٹری نے کہا کہ این آر سی لانے کا مقصد صرف وہاں کے مسلم شہریوں کو پریشان کرنا تھا، اکا دکا مسئلہ الگ ہے، لیکن وہاں کے مسلمان شہریوں کے پاس سارے دستاویزات ہیں، وہ وہاں کے شہری تھے اور انہیں ٹارگٹ کرنا مقصد تھا۔
ناجائز شہریوں کی تشخیص کی ضرورت سے متعلق ایک سوال کے جواب میں انہوں نے کہا کہ جو ناجائز طریقہ سے بھارت میں رہ رہے ہیں وہ بنگلہ دیش کے ہندو مہاجرین ہیں، سرکار انہیں شہریت دینا چاہتی ہے تو دے، ہمیں اعتراض نہیں، لیکن پہلے یہ تسلیم کیا جائے کہ وہ لوگ مسلمان نہیں ہیں ،کیونکہ آسام کا مسلمان بنگلہ دیش سے نہیں آیا، وہ ہندوستانی شہری ہیں ۔

Body:@

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.