ETV Bharat / bharat

ৰমজান উপলক্ষে পোহৰেৰে সজাই তোলা হ'ল দিল্লীৰ জামা মছজিদ

author img

By

Published : Apr 25, 2020, 3:11 PM IST

ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ মাহ ৰমজানৰ আৰম্ভনিৰ পূৰ্বেই বগা আৰু সোণালী পোহৰেৰে জিলিকাই তোলা হয় দিল্লীস্থিত দেশৰ সৰ্ববৃহৎ মছজিদ, জামা মছজিদ । ৰমজান মাহ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি ৰাষ্ট্ৰপতি আৰু অন্যান্যসকলে শুভেচ্ছা জ্ঞাপন কৰিছে ।

ৰমজান উপলক্ষে পোহৰেৰে সজাই তোলা হ'ল দিল্লীৰ জামা মছজিদ
ৰমজান উপলক্ষে পোহৰেৰে সজাই তোলা হ'ল দিল্লীৰ জামা মছজিদ

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ কৰ'ণা ভাইৰাছ আৰু লকডাউনৰ মাজতে দেশৰ বৃৃহত্তম মছজিদ জামা মছজিদক উজ্জ্বল পোহৰেৰে সজাই তোলা হয় । পবিত্ৰ ৰমজান মাহ উপলক্ষে এইদৰে শুকুৰবাৰে নিশাৰ ভাগত সোণালী আৰু বগা পোহৰেৰে জিলিকাই তোলা হয় দিল্লীস্থিত জামা মছজিদ ।

ৰমজান মাহ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু অন্যান্য় ৰাজনৈতিক নেতাসকলে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে ।

  • Ramzan Mubarak! I pray for everyone’s safety, well-being and prosperity. May this Holy Month bring with it abundance of kindness, harmony and compassion. May we achieve a decisive victory in the ongoing battle against COVID-19 and create a healthier planet.

    — Narendra Modi (@narendramodi) April 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলোৰে মংগল কামনা কৰি সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনায় । কোভিড-১৯ৰ বিৰুদ্ধে যুঁজখনত জয়ী হ'বলৈ সকলোকে প্ৰাৰ্থনা কৰিবলৈ টুইটযোগে আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । ৰমজান মুবাৰক বুলি তেওঁ টুইট কৰে ।

  • Ramzan Mubarak to all.
    May this pious month inspire us to be compassionate and kind towards others, especially those in need. On this occasion, let us resolve to defeat COVID-19 through our collective determination and discipline.

    — President of India (@rashtrapatibhvn) April 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়কঃ যোধপুৰৰ পৰা লেহলৈ প্ৰেৰণ ২০৫ গৰাকী বিদেশৰ পৰা অহা ভাৰতীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.