- ওৰিষাৰ পুৰীত আজিৰে পৰা আৰম্ভ হৈছে জগন্নাথ ৰথ যাত্ৰা
- ৰথ যাত্ৰা উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিছে তীৰ্থ নগৰী পুৰী
- পুৰীৰ লগতে দেশৰ ভিন্ন প্ৰান্তত প্ৰতীকি ৰূপত আয়োজিত হৈছে ৰথ যাত্ৰা
- বৃহস্পতিবাৰে পুৱাৰ পৰাই পূজা-অৰ্চ্চনা আৰম্ভ পুৰীত
- জগন্নাথ ৰথ যাত্ৰা সন্ধিয়াৰ ভাগত তনা হ'ব
- জগন্নাথ ৰথ যাত্ৰা উপলক্ষে পুৰীৰ সাগৰ তীৰত বলুকা শিল্পীয়ে নিৰ্মাণ কৰিলে জগন্নাথ মন্দিৰ
আৰম্ভ হ'ল পুৰীৰ ৰথ যাত্ৰা
বৃহস্পতিবাৰে পুৱাৰ পৰাই পূজা-অৰ্চ্চনাৰে ওৰিষাৰ পুৰীত আৰম্ভ হ'ল জগন্নাথ ৰথ যাত্ৰা ৷ ৰথযাত্ৰা উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিছে তীৰ্থ নগৰী পুৰী ৷ পুৰীৰ লগতে দেশৰ ভিন্ন প্ৰান্তত প্ৰতীকি ৰূপতো আয়োজিত হৈছে ৰথ যাত্ৰা ৷
আৰম্ভ হ'ল পুৰীৰ ৰথ যাত্ৰা
- ওৰিষাৰ পুৰীত আজিৰে পৰা আৰম্ভ হৈছে জগন্নাথ ৰথ যাত্ৰা
- ৰথ যাত্ৰা উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিছে তীৰ্থ নগৰী পুৰী
- পুৰীৰ লগতে দেশৰ ভিন্ন প্ৰান্তত প্ৰতীকি ৰূপত আয়োজিত হৈছে ৰথ যাত্ৰা
- বৃহস্পতিবাৰে পুৱাৰ পৰাই পূজা-অৰ্চ্চনা আৰম্ভ পুৰীত
- জগন্নাথ ৰথ যাত্ৰা সন্ধিয়াৰ ভাগত তনা হ'ব
- জগন্নাথ ৰথ যাত্ৰা উপলক্ষে পুৰীৰ সাগৰ তীৰত বলুকা শিল্পীয়ে নিৰ্মাণ কৰিলে জগন্নাথ মন্দিৰ
Jagannath_rath_yatra_2019