ETV Bharat / bharat

COVID-19ৰ বিৰুদ্ধে যুঁজিবৰ বাবে সমৰ্থনৰ প্ৰতিশ্ৰুতি ভাৰতীয় অলিম্পিক সংন্থাৰ

author img

By

Published : Mar 30, 2020, 1:48 PM IST

কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে অলিম্পিক সন্থাৰ সাহাৰ্য প্ৰদান প্ৰতিশ্ৰুতি ৷ ভাৰতীয় অলিম্পিক সন্থাৰ টুইটাৰত প্ৰকাশ ৷

সমৰ্থনৰ প্ৰতিশ্ৰুতি
ভাৰতীয় অলিম্পিক সংন্থা

স্পৰ্টছ ডেস্ক, 30 মাৰ্চ : ভাৰতীয় অলিম্পিক সংন্থাই (IOA)সোমবাৰে দেশৰ সংকটৰ সময়ত সমৰ্থন আৰু সাহাৰ্যৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে ৷ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় পৰিষদৰ লগতে ইয়াৰ সদস্যভূক্ত ৰাজ্যসমূহে সাহাৰ্য প্ৰদান কৰিবলৈ সাজু আছে বুলি IOA য়ে মন্তব্য কৰে ৷

ভাৰতীয় অলিম্পিক সন্থাই টুইটাৰত প্ৰকাশ কৰা এক বিবৃতিত সাধাৰণ সম্পাদক ৰাজীৱ মেহতাই এই কথা প্ৰকাশ কৰে ৷ লগতে মেহতাই কয়, "নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি যিসকলে সমাজসেৱাত ব্ৰতী হৈছে সেইসকলৰ বাবে আমি গভীৰভাৱে কৃতজ্ঞ ৷"

আন এক টুইটাৰত IOA য়ে কয় যে, চাইক্লিং ফেডাৰেছন আৰু ইণ্ডিয়ান গল্ফ ইউনিয়নে ইতিমধ্যেই আৰ্থিক সাহাৰ্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে ৷

  • The #Cycling fraternity is committed to the need of the nation in fighting the severity of COVID-19 crisis. @OfficialCFI Chairman Mr Onkar Singh pledged a support of 1 Lac Rupees on behalf of Cycling Federation of India for this noble cause!#ThankYou #TogetherWeRise #TeamIndia🇮🇳

    — NOC India (@WeAreTeamIndia) March 30, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, চাইক্লিং ফেডাৰেছনে 1 লাখ টকা আৰু ইণ্ডিয়ান গল্ফ ইউনিয়নে 10 লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ কথা ঘোষণা কৰিছে ৷

  • In the fight against COVID-19 pandemic, IGU President Lt.Gen D Anbu (Retd), has pledged to commit a sum of 10 lac Rupees on behalf of the @IndianGolfUnion and the #Golf community to support the nation in its fight against the current crisis.#ThankYou #TogetherWeRise #TeamIndia🇮🇳

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰদান কৰা শেহতীয়া তথ্য অনুসৰি, বৰ্তমানলৈকে ভাৰতত 1,024 লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 27 জনৰ ৷

আৰু পঢ়ক : দেশবাসীক নিজ ঘৰতে থাকিবলৈ আহ্বান পাণ্ডিয়া ভাতৃদ্বয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.