ETV Bharat / bharat

আইএনএক্স গোচৰঃ চিদাম্বৰমৰ অগ্ৰিম জামিন খাৰিজ - গ্ৰেপ্তাৰী পৰোৱানাবিহীন জামিন আবেদন

আইএনএক্স গোচৰত দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ অগ্ৰিম জামিন বাতিল কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে ৷ বিয়লিৰ ভাগলৈকে উচ্চতম ন্যায়ালয়ত উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷

আইএনএক্স গোচৰঃ চিদাম্বৰমৰ অগ্ৰিম জামিন খাৰিজ
author img

By

Published : Sep 5, 2019, 4:31 PM IST

নিউজ ডেস্ক, 5 ছেপ্তেম্বৰঃ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ অগ্ৰিম জামিন বাতিল কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে ৷ চিবিআইৰ জিম্মাত থকা দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা আবেদনৰ লগতে অন্যান্য গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ বিয়লিৰ ভাগলৈ উচ্চতম ন্যায়ালয়ত উক্ত গোচৰৰ শুনানি অনুষ্ঠিত হোৱা সম্ভাৱনা আছে যদিও ইতিমধ্যে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ অগ্ৰিম জামিন আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ সোমবাৰে এক ৰায়দানৰ দ্বাৰা উচ্চতম ন্যায়ালয়ে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীক কিছু সকাহ প্ৰদান কৰিছিল ৷ সেই অনুসৰি, প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীক তিহাৰ জেলৰ পৰিৱৰ্তে নিজ গৃহতে গৃহবন্দী কৰি ৰখাৰ নিৰ্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে ৷

  • Supreme Court says, “Granting anticipatory bail at the initial stage may frustrate the investigation....It’s not a fit case to grant anticipatory bail. Economic offences stand at different footing and it has to be dealt with different approach." https://t.co/L3j8ET8a6i

    — ANI (@ANI) September 5, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
  • Delhi: Special Court grants anticipatory bail to P. Chidambaram and his son Karti Chidambaram in both ED and CBI cases in Aircel-Maxis matter. P Chidambaram is already in CBI custody in connection with INX media case. pic.twitter.com/hSw4FR6qL3

    — ANI (@ANI) September 5, 2019" class="align-text-top noRightClick twitterSection" data="">

আনহাতে এয়াৰচেল-মেক্সিছ গোচৰত উচ্চতম ন্যায়ালয়ে বিত্তমন্ত্ৰীগৰাকীক জামিন প্ৰদান কৰিছে ৷ বিত্তমন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ পুত্ৰ কীৰ্তি চিদাম্বৰমক তদন্তকাৰী সংস্থাই উক্ত গোচৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব ৷

Intro:Body:

https://mobile.twitter.com/ANI/status/1169478239296704513?utm_campaign=fullarticle&utm_medium=referral&utm_source=inshorts

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.