ETV Bharat / bharat

জম্মু-কাশ্মীৰত 4 মাৰ্চলৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা - জম্মু-কাশ্মীৰত 4 মাৰ্চলৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা

জম্মু-কাশ্মীৰত আগন্তুক 4 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব ইণ্টাৰনেট সেৱা৷ সন্ত্ৰাসবাদী কাৰ্যৰ পৰিকল্পনা কৰিবলৈ জম্মু-কাশ্মীৰত সীমান্তৱৰ্তী সঞ্চালকক অন্তৰ্ভুক্ত কৰা হৈছে আৰু VPNৰ দুঃব্যৱহাৰ কৰা হৈছে ৷ এই ভাষ্য জম্মু-কাশ্মীৰ প্ৰশাসনৰ৷

জম্মু-কাশ্মীৰত 4 মাৰ্চলৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা

author img

By

Published : Feb 25, 2020, 12:17 PM IST

নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰীঃ আগন্তুক 4 মাৰ্চলৈ জম্মু-কাশ্মীৰত ইণ্টাৰনেট সেৱাৰ নিষেধাজ্ঞা জাৰি ৷ জম্মু-কাশ্মীৰ প্ৰশাসনে কোৱা অনুসৰি সন্ত্ৰাসবাদী কাৰ্যৰ পৰিকল্পনা কৰিবলৈ জম্মু-কাশ্মীৰত সীমান্তৱৰ্তী সঞ্চালকক অন্তৰ্ভুক্ত কৰা হৈছে আৰু VPNৰ দুঃব্যৱহাৰ কৰা হৈছে ৷ প্ৰধান সচিব শালীন কাবৰাই এক প্ৰতিবেদনত উল্লেখ কৰে যে,কাশ্মীৰ উপত্যকাৰ কিছু কিছু অঞ্চলত সন্ত্ৰাসবাদ সমস্যাৰ বাবে আৰু জনসাধাৰণৰ শৃংখলা ব্যাহত ৰখাৰ বাবে যোৱা সপ্তাহত মোবাইল ইণ্টাৰনেট সেৱা সীমিত সময়ৰ বাবে স্থগিত ৰখা হৈছিল ৷

গৃহবিভাগৰ অধিসূচনা জাৰিত তেওঁ কয় যে,‘‘মই এইটোক লৈ সন্তুষ্ট যে,ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা,ৰাষ্ট্ৰৰ সুৰক্ষা আৰু জনশৃংখলা বজাই ৰখাৰ স্বাৰ্থত আমি এইখিনি কৰাতো অতি প্ৰয়োজনীয়৷’’ ইয়াৰোপৰি, স্বেত তালিকাভুক্ত চাইটসমূহত ধাৰাবাহিক প্ৰক্ৰিয়া হিচাপে আপডেটসমূহ সংযোজন কৰা হ’ব ৷

লগতে চাওকঃ

কেৱল বাণিজ্য নহয়, ট্ৰাম্পৰ ভাৰত ভ্ৰমণ কূটনৈতিক সম্পৰ্কৰ লগত জড়িত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.