ETV Bharat / bharat

আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মেলাত আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে মোডী - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নতুন দিল্লীৰ প্ৰগতি ময়দানত চলি থকা আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিষয়ত লিখা এখন গ্ৰন্থ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৷ এই কিতাপখনৰ গ্ৰান্থকাৰ হ’ল অপূৰ্ব শ্বাহ নামৰ এগৰাকী লোক ৷

International Book Fair: Exhibition of the book written on PM Modi, the book is 5.7 inches long and weights 77 kg
আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মেলাত আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে মোডী
author img

By

Published : Jan 12, 2020, 4:54 PM IST

নেশ্যনেল ডেস্ক, 12 জানুৱাৰীঃ নতুন দিল্লীৰ প্ৰগতি ময়দানত চলি থকা আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিষয়ত লিখা এখন গ্ৰন্থ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৷ এই কিতাপখনৰ আকৰ্ষণৰ মুখ্য কাৰণ হ’ল ইয়াৰ ওজন তথা দৈৰ্ঘ ৷ কিতাপখনৰ বিশেষত্ব হ’ল তাৰ দৈৰ্ঘ আৰু ওজন প্ৰধানমন্ত্ৰীগৰাকীৰ সমানৰ লগতে কিতাপখনৰ পৃষ্ঠা মোডীৰ বয়সৰ সমান ৷

আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মেলাত আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে মোডী

ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভূক্তঃ

এই কিতাপখনৰ নিৰ্মাতা হ’ল অপূৰ্ব শ্বাহ নামৰ এগৰাকী লোক ৷ তেওঁ ইটিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে যে এই কিতাপখনৰ কাম তেওঁ 2019 চনৰ পৰাই আৰম্ভ কৰিছিল আৰু ইয়াৰ ওজন প্ৰধানমন্ত্ৰীগৰাকীৰ ওজন অৰ্থাৎ 77 কিলো ৰখা হৈছে ৷ ইয়াৰোপৰি ইয়াৰ দৈৰ্ঘ 5.7 ৰখা হৈছে ৷ লগতে তেওঁ উল্লেখ কৰে যে, এই কিতাপখনত প্ৰধানমন্ত্ৰী মোডীৰ জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় সন্নিৱিষ্ট কৰা হৈছে ৷ আনহাতে অপূৰ্ব শ্বাহ এই ব্যতিক্ৰমী কিতাপখনৰ বাবে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভূক্ত কৰাক লৈ সন্তোষ প্ৰকাশ কৰে ৷

কিতাপখন চোৱাৰ বাবে অসংখ্যজনৰ ভিৰঃ

আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মেলাত প্ৰদৰ্শিত প্ৰধানমন্ত্ৰী মোডী বিষয়ক এই কিতাপখনে অসংখ্যজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ গ্ৰন্থ মেলালৈ অহা অলেখ গ্ৰন্থপ্ৰেমীয়ে এই কিতাপখনৰ বিষয়ে বিভিন্ন মন্তব্য আগবঢ়ায় ৷

আৰু পঢ়কঃকলকাতাত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Intro:देश के प्रधानमंत्री नरेंद्र मोदी की लोकप्रियता आज पूरे विश्व में है इसका एक नमूना दिल्ली में लगे विश्व पुस्तक मेले में देखने को मिला, जहां पर प्रधानमंत्री नरेंद्र मोदी के गृह राज्य गुजरात के एक शख्स ने उनकी लंबाई, वजन जितनी किताब बनाई है. इतना ही नहीं इस पुस्तक की खासियत है कि इस पुस्तक में पन्ने भी उतने ही रखे गए हैं जितनी प्रधानमंत्री नरेंद्र मोदी की उम्र है.

Body:इंडिया बुक ऑफ रिकॉर्ड में है नाम दर्ज
पुस्तक का निर्माण करने वाले शख्स अपूर्व शाह ने ईटीवी भारत को बताया कि उन्होंने यह पुस्तक साल 2019 में बनाई थी और इस पुस्तक का वजन प्रधानमंत्री जितना 77 रखा गया है, इसके साथ ही इसकी लंबाई प्रधानमंत्री जितनी 5.7 रखी गई है. इस पुस्तक में प्रधानमंत्री के जीवन से जुड़ी कई महत्वपूर्ण बातें को लिखी गई हैं. अपूर्व शाह का कहना था कि प्रधानमंत्री नरेंद्र मोदी पर कई किताबें लिखी गई हैं लेकिन यह विश्व की पहली पुस्तक है जिसका वजन और हाइट प्रधानमंत्री मोदी जितना है इसीलिए इसका नाम इंडिया बुक ऑफ रिकॉर्ड में भी दर्ज है

Conclusion:पुस्तक को खरीदने के लिए आ रहे तमाम लोग
इसके साथ ही विश्व पुस्तक मेले में प्रधानमंत्री मोदी की इस किताब को देखने के लिए युवा से लेकर हर कोई आ रहा है, और सभी कोई पुस्तक बेहद पसंद आ रही है पुस्तक के छोटे सैंपल भी रखे गए हैं जिसे लोग खरीद भी सकते हैं. इसी पुस्तक को खरीदने के लिए आए अर्थ वालिया ने बताया कि वह प्रधानमंत्री मोदी के कामों और उनके विचारों से बेहद प्रभावित हैं, हमारे देश के वह एक गौरवशाली प्रधानमंत्री हैं इसलिए वही पुस्तक खरीद रहे हैं.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.