ETV Bharat / bharat

আজি পাকিস্তানলৈ উভতিব ভাৰতীয় উচ্চায়ুক্ত অজয় বিচাৰিয়া

পুলৱামা কাণ্ডৰ পাচত উচ্চায়ুক্তৰ মন্তব্য গ্ৰহণৰ উদ্দেশ্যে ভাৰত আৰু পাকিস্তানে দুয়োখন দেশত থকা প্ৰতিনিধিক নিজ-নিজ দেশলৈ আমন্ত্ৰণ জনাইছিল।

author img

By

Published : Mar 9, 2019, 12:32 PM IST

Updated : Mar 9, 2019, 2:03 PM IST

etv bharat

নিউজ ডেস্ক, ৯ মাৰ্চ : পুলৱামা কাণ্ডৰ সোধ-পোছ সামৰি আজি পাকিস্তানলৈ প্ৰত্যাৱৰ্তন কৰিব পাকিস্তানৰ ভাৰতীয় উচ্চায়ুক্ত অজয় বিচাৰিয়াই। ৯ মাৰ্চৰ পৰা ইছলামাবাদত নিজৰ দায়িত্বভাৰ পুনৰ গ্ৰহণ কৰিব উচ্চায়ুক্তগৰাকীয়ে। ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ সচিব ৰৱিশ কুমাৰে জানিবলৈ দিছে এই কথা।

পুলৱামা কাণ্ডৰ পাচত উচ্চায়ুক্তৰ মন্তব্য গ্ৰহণৰ উদ্দেশ্যে ভাৰত আৰু পাকিস্তানে দুয়োখন দেশত থকা প্ৰতিনিধিক নিজ-নিজ দেশলৈ আমন্ত্ৰণ জনাইছিল।ৱা ১৮ ফেব্ৰুৱাৰীত পাকিস্তানেও নিজ দেশলৈ উভতাই নিছিল ভাৰতস্থিত পাকিস্তানী উচ্চায়ুক্ত চাহিল মহম্মদক।

India's envoy to Pakistan Bisaria to return to Islamabad on Saturday: MEA

আজি পাকিস্তানলৈ উভতিব ভাৰতীয় উচ্চায়ুক্ত অজয় বিচাৰিয়া

নিউজ ডেস্ক, ৯ মাৰ্চ : পুলৱামা কাণ্ডৰ সোধ-পোছ সামৰি আজি পাকিস্তানলৈ প্ৰত্যাৱৰ্তন কৰিব পাকিস্তানৰ ভাৰতীয় উচ্চায়ুক্ত অজয় বিচাৰিয়াই। ৯ মাৰ্চৰ পৰা ইছলামাবাদত নিজৰ দায়িত্বভাৰ পুণৰ গ্ৰহণ কৰিব উচ্চায়ুক্তগৰাকীয়ে। ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ সচিব ৰৱিশ কুমাৰে জানিবলৈ দিছে এই কথা।  

পুলৱামা কাণ্ডৰ পাচত উচ্চায়ুক্তৰ মন্তব্য গ্ৰহণৰ উদ্দেশ্যে ভাৰত আৰু পাকিস্তানে দুয়োখন দেশত থকা প্ৰতিনিধিক নিজ-নিজ দেশলৈ আমন্ত্ৰণ জনাইছিল। ১৮ ফেব্ৰুৱাৰীত পাকিস্তানেও নিজ দেশলৈ উভতাই নিছিল ভাৰতস্থিত পাকিস্তানী উচ্চায়ুক্ত চাহিল মহম্মদক। 
pak_PNzRWuE.jpg
Last Updated : Mar 9, 2019, 2:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.