- দেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ
- মৃত্যু হোৱা লোক জনৰ বয়স আছিল 76 বছৰ
- মৃত্যু হোৱা ব্যক্তিগৰাকী কৰ্ণাটকৰ কালবুৰ্গীৰ বাসিন্দা
- বেচৰকাৰী চিকিৎসালয়ত চিকিৎকাধীন হৈ আছিল লোকজন
- 29 ফেব্ৰুৱাৰীত ছৌদি আৰৱৰ পৰা আহিছিল লোকজন
- ইতিমধ্যে কৰ্ণাটক চৰকাৰক এই সন্দৰ্ভত অৱগত কৰিছে চিকিৎসালয় কৰ্তপক্ষই
দেশত কৰ'ণা ভাইৰাছত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ - Covid-19
Covid-19 ত আক্ৰান্ত হৈ দেশত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ ৷ বৰ্তমানলৈকে চিকিৎসালয় কতৃপক্ষই অনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা নাই মৃত্যুৰ প্ৰকৃত কাৰণ ৷
দেশত কৰ'ণা ভাইৰাছত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ
- দেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ
- মৃত্যু হোৱা লোক জনৰ বয়স আছিল 76 বছৰ
- মৃত্যু হোৱা ব্যক্তিগৰাকী কৰ্ণাটকৰ কালবুৰ্গীৰ বাসিন্দা
- বেচৰকাৰী চিকিৎসালয়ত চিকিৎকাধীন হৈ আছিল লোকজন
- 29 ফেব্ৰুৱাৰীত ছৌদি আৰৱৰ পৰা আহিছিল লোকজন
- ইতিমধ্যে কৰ্ণাটক চৰকাৰক এই সন্দৰ্ভত অৱগত কৰিছে চিকিৎসালয় কৰ্তপক্ষই
Last Updated : Mar 12, 2020, 10:58 PM IST