নিউজ ডেস্ক, 5 মে' : দেওবাৰৰ পৰা পুনৰ চলাচল কৰিব ফেনীৰ বাবে বাতিল হোৱা ৰেল সমূহ ৷ এই ঘোষণা ভাৰতীয় ৰেল বিভাগৰ ৷ কাইলৈ অৰ্থাৎ দেওবাৰৰ পৰা পুনৰ চলাচল কৰিব ফেনীৰ বাবে বাতিল হোৱা 14 খনকৈ যাত্ৰীবাহী ৰেল ৷ অৱশ্যে সংযোগী ৰেলৰ সুবিধা নথকাত বাতিল কৰা হৈছে ভূৱনেশ্বৰৰ পৰা অহা দুখনকৈ ৰেল টিৰুপটী এক্সপ্ৰেছ আৰু বিশাখাপট্টনম এক্সপ্ৰেছ ৷
ওড়িশাত পুনৰ মুকলি ৰেল সেৱা - টিৰুপটী এক্সপ্ৰেছ
দেওবাৰৰ পৰা পুনৰ চলাচল কৰিব বাতিল হোৱা 14 খনকৈ যাত্ৰীবাহী ৰেল

ৰেল সেৱা পুনৰ মুকলি ওড়িশাত
নিউজ ডেস্ক, 5 মে' : দেওবাৰৰ পৰা পুনৰ চলাচল কৰিব ফেনীৰ বাবে বাতিল হোৱা ৰেল সমূহ ৷ এই ঘোষণা ভাৰতীয় ৰেল বিভাগৰ ৷ কাইলৈ অৰ্থাৎ দেওবাৰৰ পৰা পুনৰ চলাচল কৰিব ফেনীৰ বাবে বাতিল হোৱা 14 খনকৈ যাত্ৰীবাহী ৰেল ৷ অৱশ্যে সংযোগী ৰেলৰ সুবিধা নথকাত বাতিল কৰা হৈছে ভূৱনেশ্বৰৰ পৰা অহা দুখনকৈ ৰেল টিৰুপটী এক্সপ্ৰেছ আৰু বিশাখাপট্টনম এক্সপ্ৰেছ ৷
Intro:Body:Conclusion: