ETV Bharat / bharat

ভাৰতীয় নৌসেনাৰ এণ্টি শ্বিপ মিছাইলৰ উৎক্ষেপণ

author img

By

Published : Oct 23, 2020, 1:49 PM IST

Corvette INS Prabal নামৰ এটি এণ্টি শ্বিপ মিছাইল উৎক্ষেপণ কৰাৰ ভিডিঅ’ শ্বেয়াৰ ভাৰতীয় নৌসেনাৰ ৷ আৰৱ সাগৰত সম্পন্ন হয় এই অনুশীলন ৷

Indian Navy's anti ship missile sinks target
ভাৰতীয় নৌসেনাৰ এণ্টি শ্বিপ মিছাইলৰ উৎক্ষেপণ

নিউজ ডেস্ক,23 অক্টোবৰ : ভাৰতীয় নৌসেনাই তেওঁলোকৰ ক্ষেপণাস্ত্ৰ Corvette INS Prabal নামৰ এটি জাহাজৰোধী মিছাইল উৎক্ষেপণ কৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰে ৷ এই মিছাইলে মাৰাত্মক নিৰ্ভুলতাৰ সৈতে কাম কৰা আৰু জাহাজখন ডুবি যায় ৷

উল্লেখ্য যে,এই অনুশীলন আৰৱ সাগৰত সম্পন্ন হয় ৷

লগতে পঢ়ক: ভাৰত-চীনৰ সীমা বিবাদ: 2+2 বাৰ্তালাপত আমেৰিকাই আলোচনা কৰাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.