ETV Bharat / bharat

ভাৰতীয় সেনাৰ তৎপৰতাত অৰুণাচলৰ পৰা উদ্ধাৰ 390 গৰাকী পৰ্যটক - অৰুণাচলৰ চেলা পাচত বৰফৰ মাজত আৱদ্ধ বাহন

অৰুণাচলৰ চেলা পাচত বৰফৰ মাজত আৱদ্ধ হৈ পৰা ১৭৫ খন পৰ্যটকৰ বাহনৰ লগতে 390 গৰাকী পৰ্যটকক উদ্ধাৰ কৰে ভাৰতীয় সেনা বাহিনীয়ে ৷

INDIAN ARMY RESCUES 390 STRANDED CIVILIANS & 175 VEHICLES IN SUB ZERO TEMPERATURES IN ARUNACHAL PRADESH
ভাৰতীয় সেনা বাহিনীৰ তৎপৰতাত অৰুণাচলত 390 জন মানুহৰ লগতে 175খন বাহন উদ্ধাৰ
author img

By

Published : Mar 9, 2020, 3:04 PM IST

তেজপুৰ, ৯ মাৰ্চঃ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ চেলা পাচত যোৱা ৭মাৰ্চৰ পৰা বৰফৰ মাজত আৱদ্ধ হৈ পৰা ১৭৫ খন পৰ্যটকৰ বাহন ভাৰতীয় সোবাহিনীয়ে উদ্ধাৰ কৰে এক বিশেষ অভিযানৰ জৰিয়তে ৷

INDIAN ARMY RESCUINDIAN ARMY RESCUES 390 STRANDED CIVILIANS & 175 VEHICLES IN SUB ZERO TEMPERATURES IN ARUNACHAL PRADESH
অৰুণাচলৰ চেলা পাচ

৭ মাৰ্চৰ শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত ভালুকপুঙৰ পৰা টাৱাঙলৈ গৈ থকা অৱস্থাত চেলা পাচৰ পৰা বৈচাখিলৈকে সমগ্ৰ পথ চোৱাত প্ৰচণ্ড বৰফৰে আগুৰি ধৰে ফলত সাংঘাতিক বিপদত সন্মুখিন হয় গাড়ী চালকসকল ৷

INDIAN ARMY RESCUES 390 STRANDED CIVILIANS & 175 VEHICLES IN SUB ZERO TEMPERATURES IN ARUNACHAL PRADESH
ভাৰতীয় সেনা বাহিনীৰ তৎপৰতাত উদ্ধাৰ 175খন বাহন

প্ৰায় তিনিদিন দিনে নিশাই চলোৱা এই অভিযানত প্ৰায় ৩৯০ জন পৰ্যটকক উদ্ধাৰ কৰে ভাৰতীয় সেনাবাহিনীয়ে ৷ জানিব পৰা মতে, ভৰতীয় সেনাবাহিনীয়ে চলোৱা উদ্ধাৰ অভিযান সমূহত ভিতৰত এয়া এক বৃহৎ অভিযান হিচাপে বিবেচিত হৈছে ৷

সাগৰ পৃষ্ঠৰ পৰা ১৪০০০ ফুট উচ্চতাৰ চাব জিৰ' ডিগ্ৰী উষ্ণতাত সেনাৰ দলে যাত্ৰীবাহী গাড়ী সমূহ পাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে ভাৰতীয় সেনাবাহিনীৰ তেজপুৰস্থ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডে ৷

লগতে পঢ়কঃটকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন ধনশিৰিৰ জীয়ৰী লাভলিনা বুঢ়াগোঁহাইৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.