নিউজ ডেস্ক, 27 অক্টোবৰঃ ভাৰতীয় স্থলসেনাই দীপাৱলীৰ দিনটোতে উদযাপন কৰে 73 সংখ্যক ইনফেন্ট্ৰি ডে' ৷ স্থলসেনাৰ পদাতিক বাহিনীটোৰ স্মৃতিত 1947 চনৰ পিচৰে পৰাই প্ৰতিবছৰে 27 অক্টোবৰত উদযাপন কৰি অহা হৈছে এই বিশেষ দিনটো ৷
-
'THE ULTIMATE'
— ADG PI - INDIAN ARMY (@adgpi) October 27, 2019 " class="align-text-top noRightClick twitterSection" data="
General Bipin Rawat #COAS and all ranks of #IndianArmy convey best wishes to all ranks of #Infantry on the occasion of 73rd Infantry Day. pic.twitter.com/H66YHAKsjc
">'THE ULTIMATE'
— ADG PI - INDIAN ARMY (@adgpi) October 27, 2019
General Bipin Rawat #COAS and all ranks of #IndianArmy convey best wishes to all ranks of #Infantry on the occasion of 73rd Infantry Day. pic.twitter.com/H66YHAKsjc'THE ULTIMATE'
— ADG PI - INDIAN ARMY (@adgpi) October 27, 2019
General Bipin Rawat #COAS and all ranks of #IndianArmy convey best wishes to all ranks of #Infantry on the occasion of 73rd Infantry Day. pic.twitter.com/H66YHAKsjc
73 সংখ্যক ইনফেন্ট্ৰি ডে'ৰ সৈতে সংগতি ৰাখি পুৱাই স্থলসেনাৰ সেনাধ্যক্ষ জেন. বিপিন ৰাৱাটে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধস্মাৰক দেশৰ বীৰ জোৱানসকলৰ স্মৃতি সামৰিক শ্ৰদ্ধা অৰ্পণ কৰে সেনাধ্যক্ষৰ লগতে শীৰ্ষ বিষয়াসকলে ৷
-
#ChiefOfStaff, #ChinarCorps and all ranks paid homage at war memorial BB Cant on 73rd #InfantryDay. It was on 27 Oct 1947 that the first infantry company landed in Srinagar and drove out the savage marauder from #Kashmir valley
— Chinar Corps - Indian Army (@ChinarcorpsIA) October 27, 2019 " class="align-text-top noRightClick twitterSection" data="
@Tiny_Dhillon @NorthernComd_IA @easterncomd @adgpi https://t.co/FtNc3kxp0X pic.twitter.com/WCS0LZoMGX
">#ChiefOfStaff, #ChinarCorps and all ranks paid homage at war memorial BB Cant on 73rd #InfantryDay. It was on 27 Oct 1947 that the first infantry company landed in Srinagar and drove out the savage marauder from #Kashmir valley
— Chinar Corps - Indian Army (@ChinarcorpsIA) October 27, 2019
@Tiny_Dhillon @NorthernComd_IA @easterncomd @adgpi https://t.co/FtNc3kxp0X pic.twitter.com/WCS0LZoMGX#ChiefOfStaff, #ChinarCorps and all ranks paid homage at war memorial BB Cant on 73rd #InfantryDay. It was on 27 Oct 1947 that the first infantry company landed in Srinagar and drove out the savage marauder from #Kashmir valley
— Chinar Corps - Indian Army (@ChinarcorpsIA) October 27, 2019
@Tiny_Dhillon @NorthernComd_IA @easterncomd @adgpi https://t.co/FtNc3kxp0X pic.twitter.com/WCS0LZoMGX
স্থলসেনাৰ নৰ্থান কামাণ্ডৰ মূখ্যালয় উধমপুৰতো 73 সংখ্যক ইনফেন্ট্ৰি ডে' উদযাপন কৰা হয় ৷ কামাণ্ডৰ জিঅ'চি ইন চি (GOC-in-Chief) লেফ. জেন. ৰনবীৰ সিঙে 73 সংখ্যক ইনফেন্ট্ৰি ডে'ৰ সৈতে সংগতি ৰাখি শ্বহীদ স্মাৰকত সামৰিক শ্ৰদ্ধা অৰ্পণ কৰে ৷ অনুষ্ঠানত নৰ্থান কামাণ্ডৰ শীৰ্ষ বিষয়াসকলৰ লগতে পদাতিক বাহিনীৰ সৈনিকসকলে অংশগ্ৰহণ কৰে ৷
-
#IndianArmy #LtGenRanbirSingh, #ArmyCdrNC conveys best wishes to all ranks & veterans on the occasion of 73rd #InfantryDay; commended the tremendous contribution in maintaining the sanctity of borders & fighting terrorism. @adgpi @PIB_India@SpokespersonMoD pic.twitter.com/QbcrVyWlY9
— NorthernComd.IA (@NorthernComd_IA) October 27, 2019 " class="align-text-top noRightClick twitterSection" data="
">#IndianArmy #LtGenRanbirSingh, #ArmyCdrNC conveys best wishes to all ranks & veterans on the occasion of 73rd #InfantryDay; commended the tremendous contribution in maintaining the sanctity of borders & fighting terrorism. @adgpi @PIB_India@SpokespersonMoD pic.twitter.com/QbcrVyWlY9
— NorthernComd.IA (@NorthernComd_IA) October 27, 2019#IndianArmy #LtGenRanbirSingh, #ArmyCdrNC conveys best wishes to all ranks & veterans on the occasion of 73rd #InfantryDay; commended the tremendous contribution in maintaining the sanctity of borders & fighting terrorism. @adgpi @PIB_India@SpokespersonMoD pic.twitter.com/QbcrVyWlY9
— NorthernComd.IA (@NorthernComd_IA) October 27, 2019
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজিৰ বিশেষ দিনটো সৈনিকসকলৰ সৈতে একেলগে উদযাপন কৰে ৷ জম্মু-কাশ্মীৰত উপস্থিত হৈ সৈনিকসকলক দীপাৱলীৰ শুভেচ্ছা অৰ্পণ কৰাৰ লগতে মিঠাই বিতৰণ কৰে প্ৰধানমন্ত্ৰীয়ে ৷ তাৰ পিচতে স্থলসেনাৰ সৈনিকসকলৰ সৈতে ইনফেন্ট্ৰি ডে' উদযাপন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ জম্মু-কাশ্মীৰৰ পৰা উভটি অহাৰ সময়ত পাঠানকোট বায়ু সেনা ছাউনীটো উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ বায়ুসৈনিকসকলক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বায়ুসেনাৰ অভিযান কাৰ্যক্ৰম আৰু অন্যান্য দিশসমূহৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
আনহাতে স্থলসেনাৰ ইনফেন্ট্ৰি ডে'ৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ টুইটযোগে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে স্থলসেনাৰ পদাতিক বাহিনীটোক আজিৰ বিশেষ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
স্বাধীনতাৰ পিচত ভাৰতীয় স্থলসেনাৰ প্ৰথমটো পদাতিক আক্ৰমণৰ স্মৃতিত এই দিৱসটো ইনফেন্ট্ৰি ডে' হিচাপে উদযাপন কৰি আহিছে স্থলসেনাই ৷ 1947 চনত আজিৰ দিনটোতে ভাৰতীয় স্থলসেনাৰ শিখ ৰেজিমেন্টৰ 1ম বেটালিয়নক আকাশী পথেৰে শ্ৰীনগৰত নমাই দিয়া হৈছিল ৷ পাকিস্তানী স্থলসেনাৰ দ্বাৰা সমৰ্থিত আক্ৰমণকাৰীক প্ৰতিহত কৰিবলৈ এইদৰে ভাৰতীয় স্থলসেনাই প্ৰথমটো পদাতিক আক্ৰমণৰ নেতৃত্ব দি যুদ্ধজয় কৰিবলৈ সক্ষম হৈছিল ৷ তেতিয়াৰে পৰাই আজিৰ দিনটো স্থলসেনাৰ এইসকল বীৰ জোৱানৰ স্মৃতিত ইনফেন্ট্ৰি ডে' হিচাপে এই বিশেষ দিনটো উদযাপন কৰি অহা হৈছে ৷