ETV Bharat / bharat

কোভিড-19 : সমগ্ৰ দেশৰ পৰিসংখ্যা

author img

By

Published : Oct 30, 2020, 10:58 AM IST

ভাৰতত শুকুৰবাৰে কোভিডত আক্ৰান্তৰ সংখ্যা হৈছে 80,88,851 গৰাকী ৷ 29 অক্টোবৰলৈ 11,64,648 গৰাকী ব্যক্তিৰ নমুনা পৰীক্ষা কৰা হৈছে ৷

কোভিড-19 : সমগ্ৰ দেশৰ পৰিসংখ্যা
কোভিড-19 : সমগ্ৰ দেশৰ পৰিসংখ্যা

নিউজ ডেস্ক, 30 অক্টোবৰ : শুকুৰবাৰে দেশত 48,648 গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰ পিচতেই কোভিড-19ত আক্ৰান্তৰ সংখ্যা দেশত 80,88,851 গৰাকী হৈছে ৷ দেশত বৰ্তমানে 6,00,000 ঘটনা সক্ৰিয় হৈ আছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে এই কথা জানিবলৈ দিছে ৷

কোভিড-19 : সমগ্ৰ দেশৰ পৰিসংখ্যা
কোভিড-19 : সমগ্ৰ দেশৰ পৰিসংখ্যা

ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ বৰ্তমানে আশাজনকভাৱে 91 শতাংশ পাৰ কৰিছে ৷ দেশত কোভিড-19ত আক্ৰান্ত হোৱাৰ সংখ্যা শুকুৰবাৰে 563গৰাকীৰ মৃত্যুৰে এই পৰিসংখ্যা 1,21,090 গৰাকী হৈছে ৷

লগতে পঢ়ক : সমগ্ৰ বিশ্বৰ কোভিড-19ৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.