ETV Bharat / bharat

" আন্তঃৰাষ্ট্ৰীয় সেনা স্কাউট মাষ্টাৰাচ্ প্ৰতিযোগিতা " ৰ প্ৰথম পৰ্যায়ত ভাৰতীয় সেনাৰ সাফল্য - masters

ৰাজস্থানৰ জাইস্লামেত অনুষ্ঠিত হোৱা পঞ্চম " আন্তঃৰাষ্ট্ৰীয় সেনা স্কাউট মাষ্টাৰাচ্ প্ৰতিযোগিতা "ৰ প্ৰথম পৰ্যায়ত ভাৰতীয় সেনা বাহিনীৰ প্ৰথম স্থান লাভ ৷

" আন্তঃৰাষ্ট্ৰীয় সেনা স্কাউট মাষ্টাৰাচ্ প্ৰতিযোগিতা " ৰ প্ৰথম পৰ্যায়ত ভাৰতীয় সেনাৰ সাফল্য
author img

By

Published : Aug 8, 2019, 8:36 AM IST

জাইস্লামেৰ ( ৰাজস্থান ) , 08 আগষ্টঃ বুধবাৰে ৰাজস্থানৰ জাইস্লামেত অনুষ্ঠিত হোৱা পঞ্চম " আন্তঃৰাষ্ট্ৰীয় সেনা স্কাউট মাষ্টাৰাচ্ প্ৰতিযোগিতা "ৰ প্ৰথম পৰ্যায়ত ভাৰতীয় সেনা বাহিনীয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰীতে কাজাকাস্তান আৰু ৰাছিয়াই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ৷ প্ৰতিযোগিতাত ৰাছিয়া, চীন, ভাৰতকে ধৰি মুঠ আঠ খন দেশে অংশগ্ৰহণ কৰে ৷

Jaisalmer (Rajasthan), Aug 08 (ANI): Indian Army took the pole position in the first phase of 5th 'International Army Scout Masters Competition' on Wednesday. The event is taking place in Rajasthan's Jaisalmer. Kazakhstan and Russia secured 2nd and 3rd positions, respectively in the first phase of the competition. Teams from 8 countries, including India, Russia and China participated in the competition.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.