ETV Bharat / bharat

কেব সন্দৰ্ভত UNCIRFৰ মন্তব্যক অস্বীকাৰ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ - USCIRF on CAB

বহুচৰ্চিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দেশ-বিদেশত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ কেব সন্দৰ্ভত মাৰ্কিন সংস্থা ইউনাইটেড ষ্টেটছ কমিচন অন ইণ্টাৰনেছনেল ৰিলিজিয়াছ ফ্ৰিডমৰ মন্তব্যক অস্বীকাৰ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ ৷

India rejects U.S. Commission on International Religious Freedom's remark on Citizenship Bill
কেব সন্দৰ্ভত ইউএনচিআইআৰএফৰ মন্তব্যক অস্বীকাৰ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ
author img

By

Published : Dec 10, 2019, 7:17 PM IST

নতুন দিল্লী,10 ডিচেম্বৰঃ বহুচৰ্চিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দেশ-বিদেশত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ কেব সন্দৰ্ভত মাৰ্কিন সংস্থা ইউনাইটেড ষ্টেটছ কমিচন অন ইণ্টাৰনেছনেল ৰিলিজিয়াছ ফ্ৰিডমৰ মন্তব্যক পোনচাতেই নাকছ কৰিছে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে ৷ এই সন্দৰ্ভত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয়,"নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংস্থাটোৰ মন্তব্য সঠিক নহয় ৷" এই বিধেয়কখনে ভাৰতত বাস কৰি অহা এসময়ত চুবুৰীয়া তিনিখন ৰাষ্ট্ৰত ধৰ্মীয় উৎপীড়নৰ বলি হোৱা সকলকহে নাগৰিকত্ব প্ৰদানৰ প্ৰসংগহে উত্থাপন কৰিছে ৷ যিয়ে তেওঁলোকৰ বৰ্তমানৰ নাগৰিকত্ব সম্বন্ধীয় সমস্যা আৰু মানৱ অধিকাৰ বিষয়টোক অগ্ৰাধিকাৰ প্ৰদান কৰিছে ৷ যিসকল প্ৰকৃততে ধৰ্মীয় স্বাধীনতাৰ প্ৰতি দায়বদ্ধ তেওঁলোকে এনে প্ৰচেষ্টাক সমালোচনাৰ পৰিৱৰ্তে আদৰণি জনোৱাহে উচিত ৷" মুখপাত্ৰগৰাকীয়ে লগতে কয় যে এই বিধেয়কখনে নাগৰিকত্বৰ আৱেদনৰ ক্ষেত্ৰত সকলো সম্প্ৰদায়ৰ বাবে ইতিমধ্যে উপলব্ধ থকা ব্যৱস্থাসমূহৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় ৷

তেওঁ আৰু কয়,"কেব আৰু এন আৰ চিয়ে কোনো ভাৰতীয় নাগৰিকৰ সৈতে ধৰ্মীয় বিশ্বাসক আধাৰ হিচাবে লৈ কোনো বৈষম্য কৰা নাই ৷ সকলো দেশে আনকি আমেৰিকায়েও বিভিন্ন নীতিৰ যোগেদি নিজ দেশৰ নাগৰিকৰ যোগ্যতা বিচাৰ কৰাৰ অধিকাৰ আছে ৷ "

বৈদেশিক মুখপাত্ৰগৰাকীয়ে মাৰ্কিন সংস্থাটোক সীমিত তথ্যৰে বিভ্ৰান্তিমূলক বৰ্ণনা দাঙি ধৰা বুলি সমালোচনা কৰে ৷

আৰু পঢ়ক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আইছাৰ প্ৰতিবাদ

Intro:New Delhi: Amid national and international clamour over Modi government's much contentious Citizenship Amendment Bill, India has outrightly rejected remarks from United States Commission on International Religious Freedom over the passage of bill in the lower house of the Parliament. Body:In a written response, the official spokesperson of Ministry of External Affairs Raveesh Kumar said, “the statement made by the USCIRF on the Citizenship (Amendment) Bill is neither accurate nor warranted. The Bill provides expedited consideration for Indian citizenship to persecuted religious minorities already in India from certain contiguous countries. It seeks to address their current difficulties and meet their basic human rights. Such an initiative should be welcomed, not criticized by those who are genuinely committed to religious freedom."

He further asserted saying that this bill does not affect the existing avenues available to all communities interested in seeking citizenship.

The MEA spokesperson didn't stop there, he said, "neither the CAB nor the National Register of Citizens (NRC) process seeks to strip citizenship from any Indian citizen of any faith. Suggestions to that effect are motivated and unjustified. Every nation, including the United States, has the right to enumerate and validate its citizenry, and to exercise this prerogative through various policies."

Conclusion:At the end the MEA spokesperson slammed the USCIRF claiming that the position they have taken is not surprising looking at its past record. He even took a jibe at the US body on International Religious Freedom for choosing to be guided by its prejudices and biases on the matter on which it has very little knowledge.

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.