ETV Bharat / bharat

ভাৰতে মুকলি কৰিলে 19 পাকিস্তানী কয়দী

পাকিস্তানী নাগৰিককেইগৰাকীক , ভাৰতত চোৰাংচোৱাগিৰি কৰাৰ বাবে আৰু অবৈধভাৱে ভাৰতত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ উল্লেখ্য যে কিছু দিন পূৰ্বে পাকিস্তানে 60 জন ভাৰতীয় কৈয়দীক কাৰাগাৰৰ পৰা মুকলি কৰিছিল ৷

ভাৰতে মুকলি কৰিলে 19 জন পাকিস্তানী কৈয়দী
author img

By

Published : May 15, 2019, 1:06 PM IST

নিউজ ডেস্ক , 15 মে' : মঙলবাৰে ভাৰতে 19 জন পাকিস্তানী কয়দীক মুকলি কৰে ৷ আট্টাৰী-উগাহ সীমান্ত হৈ পাকিস্তানলৈ পঠিওৱা হয় কয়দীকেইজনক ৷

পাকিস্তানী নাগৰিককেইগৰাকীক , ভাৰতত চোৰাংচোৱাগিৰি কৰাৰ বাবে আৰু অবৈধভাৱে ভাৰতত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ উল্লেখ্য যে কিছু দিন পূৰ্বে পাকিস্তানে 60 জন ভাৰতীয় কৈয়দীক কাৰাগাৰৰ পৰা মুকলি কৰিছিল ৷ ইয়াৰে ভিতৰত 55 জন মাছমৰীয়া আছিল ৷

India frees 19 Pakistani Prisoners

ভাৰতে মুকলি কৰিলে 19 জন পাকিস্তানী কৈয়দী

আট্টাৰী-উগাহ সীমান্ত হৈ পাকিস্তানলৈ পঠিওৱা হয় পাকিস্তানী কৈয়দী কেইজনক ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.