ইন্টাৰনেশ্যনেল ডেস্ক, 2 চেপ্তেম্বৰঃ ছয় সপ্তাহ পূৰ্বে পাকিস্তানে ভাৰতক কুলভূষণ যাদৱক লগ ধৰিবলৈ কনচুলাৰৰ সুবিধা প্ৰদান কৰা কথা প্ৰকাশ কৰিছিল ৷ সেই মৰ্মে ভাৰতৰ পাকিস্তানত থকা উপ উচায়ুক্ত গৌৰৱ আহলুৱালিয়াক কুলভূষণ যাদৱক লগ ধৰিবলৈ অনুমতি প্ৰদান কৰে ৷ দুয়োজন ক’ত মিলিত হ’ব সেই কথা এতিয়াও প্ৰকাশ কৰা নাই পাকিস্তানে ৷
উল্লেখযোগ্য যে, 3 মাৰ্চ 2016ত কুলভূষণ যাদৱক পাকিস্তানৰ বালুচিস্তানৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি আহিছে ৷ কুলভূষণ যাদৱ এগৰাকী নৌসেনা বিষয়া আছিল আৰু ভাৰতে দাবী কৰে যে তেওঁ অৱসৰৰ পিছত ব্যৱসায়ৰ লগত জড়িত আছিল আৰু তেওঁক ইৰাণৰ পৰা অপহৰণ কৰা বুলি দাবী কৰি আহিছে ৷
কনচুলাৰৰ সুবিধা গ্ৰহণ কৰিলে ভাৰতে - ভাৰত
কুলভূষণ যাদৱক লগ ধৰিবলৈ কনচুলাৰৰ সুবিধা প্ৰদান কৰা কথা প্ৰকাশ কৰিছিল পাকিস্তানে ৷ সেই মৰ্মে ভাৰতৰ পাকিস্তানত থকা উপ উচায়ুক্ত গৌৰৱ আহলুৱালিয়াক কুলভূষণ যাদৱক লগ ধৰিবলৈ অনুমতি প্ৰদান কৰে ৷
ইন্টাৰনেশ্যনেল ডেস্ক, 2 চেপ্তেম্বৰঃ ছয় সপ্তাহ পূৰ্বে পাকিস্তানে ভাৰতক কুলভূষণ যাদৱক লগ ধৰিবলৈ কনচুলাৰৰ সুবিধা প্ৰদান কৰা কথা প্ৰকাশ কৰিছিল ৷ সেই মৰ্মে ভাৰতৰ পাকিস্তানত থকা উপ উচায়ুক্ত গৌৰৱ আহলুৱালিয়াক কুলভূষণ যাদৱক লগ ধৰিবলৈ অনুমতি প্ৰদান কৰে ৷ দুয়োজন ক’ত মিলিত হ’ব সেই কথা এতিয়াও প্ৰকাশ কৰা নাই পাকিস্তানে ৷
উল্লেখযোগ্য যে, 3 মাৰ্চ 2016ত কুলভূষণ যাদৱক পাকিস্তানৰ বালুচিস্তানৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি আহিছে ৷ কুলভূষণ যাদৱ এগৰাকী নৌসেনা বিষয়া আছিল আৰু ভাৰতে দাবী কৰে যে তেওঁ অৱসৰৰ পিছত ব্যৱসায়ৰ লগত জড়িত আছিল আৰু তেওঁক ইৰাণৰ পৰা অপহৰণ কৰা বুলি দাবী কৰি আহিছে ৷
কনস্যুলাৰ এচেচৰ সুবিধা গ্ৰহন কৰিলে ভাৰতে
ইন্টাৰনেশ্যনেল ডেস্ক, 2 চেপ্তেম্বৰঃ ছয় সপ্তাহ পূৰ্বে পাকিস্তানে ভাৰতক কুলভূষণ যাদবক লগ ধৰিবলৈ কনস্যুলাৰ এচেচ প্ৰদান কৰা কথা প্ৰকাশ কৰিছিল ৷ সেই মৰ্মে ভাৰতৰ পাকিস্তানত থকা উপ উচ্ছায়ুক্ত গৌৰৱ আহলুৱালিয়াক কুলভূষণ যাদবক লগ ধৰিবলৈ অনুমতি প্ৰদান কৰে ৷ দুয়োজন ক’ত মিলিত হ’ব সেই কথা এতিয়াও প্ৰকাশ কৰা নাই পাকিস্তানে ৷
উল্লেখযোগ্য যে, 3 মাৰ্চ 2016ত কুলভূষণ যাদবক পাকিস্তানৰ বালুচিস্তানৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি দাবি কৰি আহিছে ৷ কুলভূষণ যাদব এগৰাকী নৌসেনা বিষয়া আছিল আৰু ভাৰতে দাবি কৰে যে তেওঁ অবসৰৰ পিছত ব্যৱসায়ৰ লগত জড়িত আছিল আৰু তেওঁক ইৰাণৰ পৰা অপহৰণ কৰা বুলি দাবি কৰি আহিছে ৷