ETV Bharat / bharat

আজিৰ দিনটোৰ কেইটামান বিশেষ কাৰ্যসূচী থোৰতে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰৰ দুখন আয়ুৰ্বেদ ইনষ্টিটিউট উদ্ধোধন কৰিব ৷ আনহাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যা পৰিভ্ৰমণ কৰি দীপোৎসৱ উদযাপনত ভাগ ল'ব ৷

author img

By

Published : Nov 13, 2020, 10:30 AM IST

আজিৰ দিনটোৰ কেইটামান বিশেষ কাৰ্যসূচী থোৰতে
আজিৰ দিনটোৰ কেইটামান বিশেষ কাৰ্যসূচী থোৰতে

1.দুখন আয়ুৰ্বেদ ইনষ্টিটিউট উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

দুখন আয়ুৰ্বেদ ইনষ্টিটিউট উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জামনগৰৰ আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ(আই টি আৰ এ) শিক্ষণ আৰু গৱেষণা আৰু জয়পুৰৰ জাতীয় আয়ুৰ্বেদ (এন আই এ) প্ৰতিষ্ঠান উদ্ধোধন কৰিব ৷ এই উদ্ধোধন কাৰ্য সম্পাদন কৰিব ভিডিঅ' কনফাৰেন্সযোগে ৷ এই প্ৰতিষ্ঠান দুখন আয়ুৰ্বেদ সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণাৰ বাবে কাম কৰি যাব ভৱিষ্যত দিনত ৷ ইফালে 13 নৱেম্বৰত পঞ্চম আয়ুৰ্বেদ দিৱস পালন কৰা হ'ব ৷

যোগী আদিত্যনাথ দীপোৎসৱ উদযাপনৰ বাবে অযোধ্যালৈ ৰাওনা

2.যোগী আদিত্যনাথ দীপোৎসৱ উদযাপনৰ বাবে অযোধ্যালৈ ৰাওনা

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পৰা দীপাৱলীৰ সময়ত অযোধ্যাৰ পৰা এটা ডাঙৰ উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে অযোধ্যাবাসীয়ে ৷ দীপাৱলীৰ সময়তে আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি প্ৰায় এক ডজনতকৈও অধিক উন্নয়নমূলক প্ৰকল্প ঘোষণা কৰা সম্ভাৱনা আছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ দীপাৱলী উপলক্ষে অযোধ্যাৰ সৰযু নদীৰ পাৰত 5.51 লাখ মাটিৰ চাকি প্ৰজ্বলিত কৰা হ'ব ৷

লগতে চাওকঃ নাৰ্জী ফুলৰ খেতিৰে স্বাৱলম্বী হোৱা এজন লোক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.