ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

author img

By

Published : Aug 10, 2020, 7:59 AM IST

Updated : Aug 10, 2020, 8:30 AM IST

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোত অনুষ্ঠিত হ'বলগীয়া কেইটামান গুৰুত্বপূৰ্ণ ঘটনা ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ক'ত কি অনুষ্ঠিত হ'ব আজিৰ দিনটোত এক চমু আভাষ...

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

1.প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি আন্দামান আৰু নিকোবৰত দ্বীপপুঞ্জত উদ্ধোধন কৰিব কেৱল সংযোগ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেঞ্চযোগে উদ্ধোধন কৰিব চেন্নাইৰ বিমান বন্দৰ ব্লেয়াৰৰ লগত সংযুক্ত চাবমেৰিন অপটিকেল ফাইবাৰ কেৱল ৷ এই ফাইবাৰ কেৱল স্বৰাজ দ্বীপ,লিটল আন্দামান,কাৰ নিকোবৰ কামোৰ্তা,গ্ৰেট নিকোবৰ, লং আইল্যাণ্ডৰ লগত সংযুক্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

2. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উদ্ধোধন কৰিব আত্মনিৰ্ভৰ ভাৰত সপ্তঃ

এক বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি,ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি উদ্ধোধন কৰিব "আত্মনিৰ্ভৰ ভাৰত সপ্তঃ" ৷ এই সমাৰোহ আজি দুপৰীয়া 3.30 বজাত অনুষ্ঠিত হ'ব বুলি দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী কাৰ্যালয়ে টুইটযোগে প্ৰকাশ কৰে ৷

3. সুশান্ত সিং ৰাজপুত আত্মহত্যাঃ ৰিয়াৰ ভাতৃলৈ দ্বিতীয় বাৰৰ বাবে EDৰ চমন প্ৰেৰণ

সুশান্ত সিং ৰাজপুজৰ মৃত্যুৰ বিষয় সন্দৰ্ভত এনফোৰ্চমেণ্ট ডিৰেক্টৰ (ED)য়ে আজি ৰিয়া চক্ৰৱৰ্তী তথা ৰিয়াৰ ভাতৃ ছোবিক চক্ৰৱৰ্তীক আজি পুনৰ জেৰা কৰাৰ সম্ভৱনা আছে ৷ আনহাতে,বিগত 8 আগষ্টত আবেলি সময়ত ইডি আৰ্যালয়ত প্ৰৱেশ কৰা ছোবিক চক্ৰৱৰ্তীক দেওবাৰে পুৱা 7 বজাত 18 ঘণ্টাৰ অন্তত এৰি দিয়ে ৷

4. মাচুল বৃদ্ধি আৰু পৰীক্ষাৰ বিষয় সন্দৰ্ভত আজি এছআৰডি মন্ত্ৰণালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব এনএছইউআই য়ে

কংগ্ৰেছৰ ভাতৃ সংগঠন National Students' Union of India (NSUI) শিক্ষা অনুষ্ঠানৰ মাচুল বৃদ্ধি আৰু ইউজিচিৰ সংশোধিত নিৰ্দেশাৱলীৰ বিৰুদ্ধে দিল্লীত এছআৰডি মন্ত্ৰণালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব ৷

5. তবলিগী জামাতত অংশ গ্ৰহণ কৰা 46 গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে চাকেট আদালতে বিচাৰ আৰম্ভ কৰাৰ সম্ভাৱনা

দিল্লীৰ চাকেট কোৰ্টে আজি তবলিগী জামাতত অংশ গ্ৰহণ কৰা 46 গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে বিচাৰ কৰাৰ সম্ভাৱনা আছে ৷ ঘটনা সন্দৰ্ভত একাংশ বিদেশী নাগৰিকক দোষী সাব্যস্ত কৰিছিল ৷

লগতে পঢ়কঃ গুজৰাটত উপস্থিত ৰাজস্থানৰ 6 গৰাকী বিজেপি বিধায়ক

Last Updated : Aug 10, 2020, 8:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.