ETV Bharat / bharat

হীৰক জয়ন্তী উদযাপনৰ বাবে সাজু তেজপুৰ বায়ুসেনা চাউনী - তেজপুৰস্থিত বায়ুসেনা চাউনী

ভাৰতৰ আকাশী সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা ভাৰতীয় বায়ুসেনাৰ অৱদান উল্লেখনীয় ৷ উত্তৰ-পূৰ্বাঞ্চলৰ অতিকে শক্তিশালী হিচাপে পৰিগনিত তেজপুৰ বায়ুসেনা ছাউনীয়ে প্ৰৱেশ কৰিলে হীৰক জয়ন্তী বৰ্ষত ৷

হীৰক জয়ন্তী উদযাপনৰ বাবে সাজু তেজপুৰ বায়ুসেনা চাউনী
author img

By

Published : Sep 22, 2019, 11:35 PM IST

তেজপুৰ, 22 চেপ্তেম্বৰঃ ভাৰতীয় বায়ু সেনাৰ তেজপুৰস্থিত বায়ুসেনা চাউনীয়ে হীৰক জয়ন্তী বৰ্ষত উপনীত হৈছে ৷ বায়ুসেনা চাউনীটোৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে দেওবাৰে আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচীৰ ৷ এই কাৰ্যসূচীত বায়ুসেনাৰ সকলো বিষয়া কৰ্মচাৰীৰ লগতে জিলা প্ৰশাসন আৰু স্থলসেনাৰ জোৱান তথা বিষয়াসকলো উপস্থিত থাকে ৷

বায়ুসেনা বেণ্ডে পৰিৱেশন কৰিলে ৰিদীপ দত্তৰ সংগীত

দেওবাৰে তেজপুৰৰ নেহৰু মৈদানত আয়োজন কৰা হয় বিশেষ কাৰ্যসূচী ৷ ভাৰতীয় বায়ুসেনাৰ তেজপুৰ বায়ুসেনা চাউনীত স্থাপনা কৰা হৈছিল 1959 চনৰ 29 চেপ্তেম্বৰত ৷ সেই উপলক্ষে চলিত বৰ্ষত চাউনীটোৱে হীৰক জয়ন্তী বৰ্ষত প্ৰৱেশ কৰে ৷ বাহিনীটোৱে হীৰক জয়ন্তী অনুষ্ঠান মাহযোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ ব্যৱস্থা হাতত লৈছে ৷

তেজপুৰ বায়ুসেনা চাউনীৰ বিশেষ প্ৰস্তুতি

আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি বায়ুসেনাই বিভিন্ন সামৰিক কাৰ্যসূচীৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰে ৷ আনহাতে অনুষ্ঠানৰ মাজতে চাউনীৰ মুখ্য বিষয়া এয়াৰ ক'ম'দৰ তেজপাল সিঙে ভাৰতীয় বায়ু সেনা সদায় সষ্টম বুলি মন্তব্য কৰে ৷

Intro:তেজপুৰ,২২ ছেপ্টেম্বৰ:ভাৰতীয় বায়ু সেনা বাহিনীৰ এয়াৰ কমোদৰ এ অ চি তেজপাল সিং য়ে আজি কয় যে ভাৰতীয় বায়ু সেনা বাহিনীৰ তেজপুৰ ষ্টেছন সদায় সষ্টম যি কোনো ধৰণৰ কুটাঘাটৰ মুখা মুখি হবলৈ । তেজপুৰ ষ্টেছনত বৰ্তমান বহুতো উন্নত মানৰ মাৰণাস্ত্ৰ আৰু অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ ব্যৱস্থা আছে ।

Body:তেজপুৰস্থিত ভাৰতীয় বায়ু সেনাৰ হিৰক জয়ন্তী উপলক্ষে ভাৰতীয় বায়ু সেনাৰ এয়াৰ ওবাৰিঅ' dril tim আৰু বায়ু সেনাৰ বেণ্ড ৰ বিশেষ প্ৰদৰ্শন তেজপুৰত । দেওবাৰে সন্ধিয়া তেজপুৰ নেহৰু মৈদানত আয়োজন কৰা অনুষ্ঠান ত অংশ গ্ৰহণ কৰি বায়ু সেনাৰ বিষয়া গৰাকীয়ে এইদৰে কয় ।
জিলা উপায়ুক্ত নৰসিং পৱাৰৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে । বায়ু
সেনাবাহিনী ৰ জোৱানৰ মুখত অসমীয়া গীতৰ সুৰে মুখৰিত কৰে । ১৯৫৯ চনৰ ২৯ ছেপ্টেম্বৰ ত স্থাপন হোৱা ভাৰতীয় বায়ু সেনা বাহিনীৰ তেজপুৰ ষ্টেছনে হিৰক জয়ন্তী বৰ্ষ উপলক্ষে মাহজোৰা কার্য সূচী হাতত লৈছে ।
Bite: Air commudur ,তেজপাল সিং ।

Conclusion:অনুষ্ঠানত বায়ু সেনা বাহিনীৰ বিভিন্ন কলা কুশলি প্ৰদৰ্শন কৰা হয় ।
অস্ত্ৰ সষ্টৰ ৰ কাৰুকাৰ্য বায়ু সেনাৰ যুঁজাৰু সৈন্য বাহিনীৰ দ্বাৰা প্ৰদৰ্শিত কৰা হয় ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২২/৯/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.