ETV Bharat / bharat

চীফ অৱ ষ্টাফ কমিটিৰ চেয়াৰমেন পদত এয়াৰ চীফ মাৰ্শ্বাল বি এচ ধানোৱা

author img

By

Published : May 29, 2019, 3:45 PM IST

এডমিৰেল সুনীল লানবাৰ অৱসৰৰ পিচতেই সংযুক্ত সুৰক্ষা বাহিনীৰ সেনাধ্যক্ষ কমিটিৰ চেয়াৰমেনৰূপে শপত ল'ব বায়ু সেনা প্ৰধানগৰাকীয়ে ৷

এয়াৰ চীফ মাৰ্শ্বাল বি এচ ধানোৱা

নিউজ ডেস্ক, 29 মেঃ বিদায়ী নৌ-সেনা প্ৰধান তথা সেনাবাহিনীৰ চীফ অৱ ষ্টাফ কমিটিৰ চেয়াৰমেন সুনীল লানবাৰ ঠাইত স্থলাভিষিক্ত হ'ব বায়ু সেনা প্ৰধান ৷ বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ৷

অধিক পঢ়কঃ প্ৰধানমন্ত্ৰী শপতগ্ৰহণ অনুষ্ঠানঃ এছ পি জিৰ হাতত সুৰক্ষাৰ জিম্মা

উল্লেখ্য যে, সেনাৰ তিনিওটা অংগৰ সেনাধ্যক্ষসকলৰ লগতে প্ৰথম শ্ৰেণীৰ সৈন্য বিষয়াসকলক লৈ গঠিত হয় চীফ অৱ ষ্টাফ কমিটি ৷ চীফ অৱ ষ্টাফ কমিটিয়ে আন্তৰিক আৰু অন্তৱৰ্তী সুৰক্ষাৰ সকলো দিশ তথা সেনা জোৱান আৰু বিষয়াৰ মোতায়েন, বৈদেশিক সামৰিক সম্পৰ্ক, সংযুক্ত সামৰিক প্ৰশিক্ষণকে ধৰি প্ৰতিৰক্ষা চোৰাংচোৱা আদি দিশ চোৱাচিতা কৰে ৷

ANI Photo
এয়াৰ চীফ মাৰ্শ্বাল বি এচ ধানোৱা

শেহতীয়াকৈ চীফ অৱ ষ্টাফ কমিটিৰ চেয়াৰমেনৰ দায়িত্বত থকা নৌ-সেনা প্ৰধান এডমিৰেল সুনীল লানবাৰ অৱসৰৰ লগে লগেই খালী হৈ পৰা এই আসন লাভ কৰিব বায়ু-সেনা প্ৰধানে ৷ সেই অনুসৰি অহা জুন মাহত চেয়াৰমেনৰূপে শপতগ্ৰহণ কৰিব বায়ু সেনা প্ৰধান এয়াৰ মাৰ্শ্বাল বি এছ ধানোৱাই ৷

Intro:Body:

চীফ অৱ ষ্টাফ কমিটিৰ চেয়াৰমেন নিৰ্বাচিত বায়ু সেনা প্ৰধান এয়াৰ মাশ্বাল বি এচ ধানোৱা 

এডমিৰেল সুনীল লানবাৰ অৱসৰৰ পিচতেই সংযুক্ত সুৰক্ষা বাহিনীৰ সেনাধ্যক্ষ কমিটিৰ চেয়াৰমেনৰূপে শপত ল'ব বায়ু সেনা প্ৰধানগৰাকীয়ে ৷ 

নিউজ ডেস্ক, 29 মেঃ বিদায়ী নৌ-সেনা প্ৰধান তথা সেনাবাহিনীৰ চীফ অৱ ষ্টাফ কমিটিৰ চেয়াৰমেন সুনীল লানবাৰ ঠাইত স্থলাভিষিক্ত হ'ব বায়ু সেনা প্ৰধান ৷ বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ৷ 

উল্লেখ্য যে, সেনাৰ তিনিওটা অংগৰ সেনাধ্যক্ষসকলৰ লগতে প্ৰথম শ্ৰেণীৰ সৈন্য বিষয়াসকলক লৈ গঠিত হয় চীফ অৱ ষ্টাফ কমিটি ৷ চীফ অৱ ষ্টাফ কমিটিয়ে আন্তৰিক আৰু অন্তৱৰ্তী সুৰক্ষাৰ সকলো দিশ তথা সেনা জোৱান আৰু বিষয়াৰ মোতায়েন, বৈদেশিক সামৰিক সম্পৰ্ক, সংযুক্ত সামৰিক প্ৰশিক্ষণকে ধৰি প্ৰতিৰক্ষা চোৰাংচোৱা আদি দিশ চোৱাচিতা কৰে ৷ 

শেহতীয়াকৈ চীফ অৱ ষ্টাফ কমিটিৰ চেয়াৰমেনৰ দায়িত্বত থকা নৌ-সেনা প্ৰধান এডমিৰেল সুনীল লানবাৰ অৱসৰৰ লগে লগেই খালী হৈ পৰা এই আসন লাভ কৰিব বায়ু-সেনা প্ৰধানে ৷ সেই অনুসৰি অহা জুন মাহত চেয়াৰমেনৰূপে শপতগ্ৰহণ কৰিব বায়ু সেনা প্ৰধান এয়াৰ মাৰ্শ্বাল বি এছ ধানোৱাই ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.