ETV Bharat / bharat

ইছলামিক সন্ত্ৰাসবাদীৰ সুৰক্ষিত স্থান হায়দৰাবাদঃ বিজেপি সাংসদ

দেশত লোকসভা নিৰ্বাচন চলি থকাৰ সময়তে বিজেপি সাংসদ বান্দাৰু দত্তাত্ৰেয়াই সন্ত্ৰাসবাদ সন্দৰ্ভত এইদৰে প্ৰকাশ কৰিছে নিজৰ মন্তব্য

author img

By

Published : Apr 22, 2019, 11:45 AM IST

সৌজন্যঃ ANI

নিউজ ডেস্ক, 22 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে হায়দৰাবাদ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা সম্পন্ন হোৱা তালাচী অভিযান সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰিছে বিজেপি সাংসদ বান্দাৰু দত্তাত্ৰেয়াই ৷ বিজেপি সাংসদগৰাকীৰ মতে হায়দৰাবাদ ইছলামিক ইছলামিক সন্ত্ৰাসবাদীৰ ঘাটিত পৰিণত হ'বলৈ গৈ আছে ৷

সৌজন্যঃ ANI

বিজেপি সাংসদগৰাকীয়ে সংবাদ প্ৰতিষ্ঠান এ এন আইৰ আগত কয়, "ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই শেহতীয়াকৈ সম্পন্ন কৰা তালাচী অভিযানত এইটো স্পষ্ট হৈ পৰিছে যে, হায়দৰাবাদ ইছলামিক সন্ত্ৰাসবাদীৰ বাবে এক সুৰক্ষিত স্থানত পৰিণত হৈছে ৷ চহৰখনত ইছলামিক সন্ত্ৰাসবাদীৰ কাৰ্যপন্থা বহুটো বৃদ্ধি পোৱাৰ লগতে হায়দৰাবাদত বৃহৎ হাৰত নৱপ্ৰজন্মক ইছলামিক সন্ত্ৰাসবাদী সংগঠনত নিযুক্ত কৰা হৈছে ৷ তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ সৈতে অল ইণ্ডিয়া মজলিছ-ই-ইট্টেহাদুল মুছলিমেন দলৰ সংযুক্ত চৰকাৰ থকাৰ বাবে ৰাজ্যখনৰ আৰক্ষীয়ে কেতিয়াও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে ৷ মই ৰাজ্য চৰকাৰক আৰক্ষী মহানিৰ্দেশক নাইবা মহাপৰিদৰ্শকৰ নেতৃত্বত এটি বিশেষ বাহিনী গঠন কৰি সমগ্ৰ বিষয়টো অনুসন্ধান কৰিবলৈ দাবী উত্থাপন কৰিছো ৷"

Hyderabad, Apr 22 (ANI): While speaking to ANI on National Investigation Agency (NIA) raids being conducted in Hyderabad, Bharatiya Janata Party (BJP) Member of Parliament (MP) Bandaru Dattatreya on Sunday said, "The recent investigations of NIA in Hyderabad reveal that Hyderabad is a safe haven for Islamic terrorist activities, that the very activity of Islamic terrorists are increasing in Hyderabad. Large number of people and youths are recruited only in Hyderabad." "Telangana Rashtra Samithi (TRS) government is aligned with All India Majlis-e-Ittehadul Muslimeen (AIMIM) that is why police is sometimes unable to take stern action. I demand that state government should form a special cell under the Director General (DG) or Inspector General (IG) rank officer for investigation of these activities," he added.

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.