ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - ইতিহাস

চাওঁ আহক বিশ্ব ইতিহাসত 28 জুনত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

etv bharat
author img

By

Published : Jun 28, 2019, 4:59 AM IST

Updated : Jun 28, 2019, 1:26 PM IST

  • 1693 ত প্ৰথমখন মহিলা আলোচনী প্ৰকাশ হৈছিল ৷ লণ্ডনৰ পৰা প্ৰকাশিত এই আলোচনী খনৰ নাম আছিল 'ড্য লেডিজ মাৰকিউৰি' ৷ এই প্ৰথম মহিলা আলোচনীখনৰ নিৰ্মাতা আছিল জন ডান্টন ৷
  • আমেৰিকাৰ বিখ্যাত সমাজকৰ্মী হেলেন কেলাৰৰ আজি জন্মবাৰ্ষিকী ৷ 1880 চনৰ 28 জুনত জন্ম লাভ কৰিছিল বিশিষ্ট ৰাজনীতিবিদৰ তথা লেখিকাগৰাকীয়ে ৷ স্নাতক ডিগ্ৰী লাভধাৰী প্ৰথম গৰাকী মূক-বধি আছিল হেলেন কেলাৰ ৷
  • 1894 চনৰ আজিৰ দিনটোতে পোন প্ৰথমবাৰৰ বাবে শ্ৰমিক দিৱসক আমেৰিকা যুক্তৰাষ্ট্ৰত চৰকাৰী বন্ধ ঘোষনা কৰা হয় ৷
  • 1907 চনৰ 28 জুন তাৰিখে জন্ম লাভ কৰিছিল হাইটিৰ প্ৰথমগৰাকী মহিলা চিকিৎসক য়ুনে চেলভিনে ৷
  • দেশৰ নৱম প্ৰধানমন্ত্ৰী, আইনবিদ তথা ৰাজনীতিবিদ পি.ভি. নৰসিম্​হা ৰাওৰ আজি জন্মবাৰ্ষিকী ৷ 1921 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল বিশিষ্ট ৰাজনীতিবিদগৰাকী ৷
  • 1929 চনত বেল লেবৰেটৰিছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে নিউয়ৰ্ক চহৰত বাজিছিল প্ৰথমটো ৰঙীন টেলিভিজনৰ ডেম' ৷
  • 1958 চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ম'স্কোৰ সমীপৰ অ'বনিন্​স্কত স্থাপন হৈছিল প্ৰথমটো এট'মিক পাৱাৰ ষ্টেশ্যন ৷
  • 1975 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল জনপ্ৰিয় হলিউড চিনেমা স্পাইডাৰ মেনৰ মূল নায়ক টবে মেগুৰেই ৷ কেলিফৰ্নিয়াৰ চান্তা মনিকাত জন্মগ্ৰহণ কৰিছিল অভিনেতাগৰাকী ৷
  • 2009 চনৰ 28 জুনত ভাৰতীয় বিশিষ্ট চলচিত্ৰ পৰিচালক, প্ৰযোজক তথা চিত্ৰ নাট্যকাৰ এ.কে. লোহিথাদাস মৃত্যু হয় ৷

Last Updated : Jun 28, 2019, 1:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.