ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো

author img

By

Published : Oct 7, 2019, 11:34 AM IST

চাওঁ আহক আজিৰ দিনটো (৭ ছেপ্টেম্বৰ) ত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

আজিৰ দিনটো
  • আজি পদ্মশ্ৰী মহেশ্বৰ নেওগৰ জন্মদিন । ১৯১৫ চনৰ আজিৰ দিনটোত শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে । "অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনা মহেশ্বৰ নেওগ আছিল একাধাৰে বুৰঞ্জীবিদ, লোক সংস্কৃতিৰ গৱেষক, কবি তথা প্ৰাচ্যবিদ ৷
  • ১৯৫৬ চনৰ আজিৰ দিনটোতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয় ।
  • আজিৰ দিনটোতে ১৯৮৮ চনত মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয় ।
  • ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হয় ১৫৩৩ চনৰ আজিৰ দিনটোতে।
  • ১৯৪৩ চনৰ আজিৰ দিনটোতে হাউচটনৰ গাল্ফ হোটেলত অগ্নিকাণ্ড সংঘটিত হৈছিল । এই অগ্নিকাণ্ডত কমেও ৫৫ গৰাকী লোকে মৃত্যুক আঁকোৱালি লয় ।
  • ফৰাচী ঔপন্যাসিক, নাট্যকাৰ, অস্তিত্ববাদী দাৰ্শনিক আলবেয়াৰ কেমুৰ জন্ম হয় ১৯১৩ চনৰ আজিৰ দিনটোত ।
  • আজি পাকিস্তানৰ বায়ু সেনা বাহিনী দিৱস ।
  • আজি ব্ৰাজিলৰ স্বাধীনতা দিৱস । ১৮২২ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে পৰ্তুগালৰ পৰা স্বাধীনতা লাভ কৰিছিল দেশখনে ।
  • ১৯০৭ চনৰ আজিৰ দিনটোতে সাহিত্যত প্ৰথম নোবেল বঁটা বিজয়ী ছালী প্ৰুধ্যোমৰ মৃত্যু হয়।
  • ১৯৩১ চনৰ আজিৰ দিনটোতে লণ্ডনত ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজমেলত যোগদান কৰে মহাত্মা গান্ধীয়ে।

আজি পদ্মশ্ৰী মহেশ্বৰ নেওগৰ জন্মদিন । ১৯১৫ চনৰ আজিৰ দিনটোত শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট সাহিত্যিক গৰাকীয়ে ।"অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনা মহেশ্বৰ নেওগ আছিল একাধাৰে বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি তথা প্ৰাচ্যতত্ববিদ ৷

১৯৫৬ চনৰ আজিৰ দিনটোতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয়।

আজিৰ দিনটোতে ১৯৮৮ চনত মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়।

ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হয় ১৫৩৩ চনৰ আজিৰ দিনটোতে।

১৯৪৩ চনৰ আজিৰ দিনটোতে হাউচটনৰ গাল্ফ হোটেলত অগ্নিকাণ্ড সংঘটিত হৈছিল । এই অগ্নিকাণ্ডত কমেও ৫৫ গৰাকী লোকে মৃত্যুক আকোৱালি লয় ।

ফৰাচী ঔপন্যাসিক, নাট্যকাৰ, অস্তিত্ববাদী দাৰ্শনিক আলবেয়াৰ কেমুৰ জন্ম হয় ১৯১৩ চনৰ আজিৰ দিনটোত ।

আজি পাকিস্তানৰ বায়ু সেনা বাহিনী দিৱস ।

আজি ব্ৰাজিলপ স্বাধীনতা দিৱস । ১৮২২ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে পৰ্তুগালৰ পৰা স্বাধীনতা লাভ কৰিছিল দেশখনে ।

১৯০৭ চনৰ আজিৰ দিনটোতে সাহিত্যত প্ৰথম নোবেল বঁটা বিজয়ী ছালী প্ৰুধ্যোমৰ মৃত্যু হয়।

১৯৩১ চনৰ আজিৰ দিনটোতে লণ্ডনত ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজেমলত যোগদান কৰে মহাত্মা গান্ধীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.