ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - আজিৰ দিনটো

চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো ( 21 চেপ্তেম্বৰ )ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

history in today's date
author img

By

Published : Sep 21, 2019, 8:09 AM IST

আজি আন্তৰ্জাতিক বিশ্ব শান্তি দিৱস ৷

আজি মাল্টাৰ স্বাধীনতা দিৱস ৷ 1964 চনৰ আজিৰ দিনটোতে মাল্টাই ইংলেণ্ডৰ শাসনৰ পৰা নিজকে মুক্ত কৰে ৷

1976 চনৰ 21ৰ চেপ্তেম্বৰত পূৱ আফ্ৰিকাৰ ৰাষ্ট্ৰ ছেইচেলেছে ৰাষ্ট্ৰসংঘত যোগদান কৰে ৷

আজি বেলিজৰ স্বাধীনতা দিৱস ৷ 1981 চনৰ 21 চেপ্তেম্বৰত ইংলেণ্ডৰ শাসনৰ পৰা মুক্ত হৈছিল দেশখন ৷

2013 চনৰ আজিৰ দিনটোতে কেন্যাৰ ৱেষ্টগেট শ্বপিং ম'লত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ ৷ অল-চাহেব ইছলামিক মিলিটেন্টৰ এই আক্ৰমণত নিহত হৈছিল কমেও 67 গৰাকীকৈ ব্যক্তি ৷

১৯৫৭ চনৰ আজিৰ দিনটোতে অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চজগতৰ আগশাৰীৰ অভিনেত্ৰী ৰুণু দেৱীৰ জন্ম হয়।তেখেতে পঞ্চাশৰো অধিক মঞ্চ নাট, ষাঠিৰো অধিক অনাতাঁৰ নাট,সন্ধ্যাৰাগ, কোলাহল,মেঘমুক্তি আদি উচ্চ প্ৰশংসিত চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে ।

আজি বলিউডৰ মোহময়ী অভিনেত্ৰী কৰিণা কাপুৰ খানৰ জন্মদিন ৷ 1980 চনৰ মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷

ইতিহাসত আজিৰ দিনটো

চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিন ( 21 চেপ্তেম্বৰ )ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

আজি আন্তৰ্জাতিক বিশ্ব শান্তি দিৱস ৷

আজি মাল্টাৰ স্বাধীনতা দিৱস ৷ 1964 চনৰ আজিৰ দিনটোতে মাল্টাই ইংলেণ্ডৰ শাসনৰ পৰা নিজকে মুক্ত কৰে ৷

1976 চনৰ 21ৰ চেপ্তেম্বৰত পূৱ আফ্ৰিকাৰ ৰাষ্ট্ৰ ছেইচেলেছে ৰাষ্ট্ৰসংঘত যোগদান কৰে ৷

আজি বেলিজৰ স্বাধীনতা দিৱস ৷ 1981 চনৰ 21 চেপ্তেম্বৰত ইংলেণ্ডৰ শাসনৰ পৰা মুক্ত হৈছিল দেশখন ৷

2013 চনৰ আজিৰ দিনটোতে কেন্যাৰ ৱেষ্টগেট শ্বপিং ম'লত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ ৷ অল-চাহেব ইছলামিক মিলিটেন্টৰ এই আক্ৰমণত নিহত হৈছিল কমেও 67 গৰাকীকৈ ব্যক্তি ৷

1984 ৰ আজিৰ দিনটোত দক্ষিণ এচিয়াৰ দেশ ব্ৰুনেই ৰাষ্ট্ৰসংঘত যোগদান কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.