ETV Bharat / bharat

3 ৰ পৰা 5 লাখতকৈ বৃদ্ধি নাপায় বিদেশী নাগৰিকৰ সংখ্যাঃ হিমন্ত - নাগৰিকত্ব সংশোধনী আইন

গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে হোৱা বৈঠকৰ অন্তত ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীসকলৰ বিষয়ে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে ৷ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কতো গুৰুত্ব পূৰ্ণ মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

3 ৰ পৰা 5 লাখতকৈ বৃদ্ধি নাপায় বিদেশী নাগৰিকৰ সংখ্যাঃ হিমন্ত

author img

By

Published : Jan 16, 2020, 11:59 PM IST

  • গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠকত ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত
  • মিজোৰামৰ পৰা আহি ত্ৰিপুৰাত থকা শৰণাৰ্থীসকলক ত্ৰিপুৰাত সংস্থাপন কৰা হ'ব
  • ত্ৰিপুৰা চৰকাৰে শৰণাৰ্থীসকলক ঘৰ বনাবলৈ ভূমি প্ৰদান কৰিব
  • শৰণাৰ্থীসকলৰ প্ৰতিটো পৰিয়ালক 4 লাখ টকা ফিক্সড ডিপজিত দিব চৰকাৰে
  • মাহে তেওঁলোকক দুবছৰৰ বাবে মাহে 5 হাজাৰ টকাকৈ প্ৰদান কৰিব ত্ৰিপুৰা চৰকাৰে
  • প্ৰতি মাহে ৰেচন প্ৰদান কৰা হ'ব শৰণাৰ্থীসকলক
  • প্ৰতিটো পৰিয়ালক ঘৰ বনাবলৈ কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত ডেৰ লাখ টকাকৈ দিব
  • শৰণাৰ্থীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে 600 কোটি টকা খৰচ কৰিব
  • উত্তৰ পূৱৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় গৃহ দপ্তৰে পদক্ষেপ গ্ৰহণ কৰিব
  • শীঘ্ৰেই আৰু বহুকেইটা ভাল খবৰ লাভ কৰিব উত্তৰ পূৱৰ ৰাইজে ৷
    ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

লগতে চাওকঃ ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা

প্ৰসংগঃ নাগৰিকত্ব সংশোধনী আইন

  • নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কতো মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ
  • নাগৰিকত্ব সংশোধনী আইনৰ ইতিমধ্যে নিয়ম সমূহ তৈয়াৰ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে
  • ৰাজ্য চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক নিয়ম সম্পৰ্কত এটা বিৱৰণ প্ৰদান কৰিছে
  • নিয়ম সমূহ কেনে হোৱাটো উচিত এই সম্পৰ্কত গৃহমন্ত্ৰণালয়ক জনোৱা হৈছে
  • এই নিয়ম সমূহ তৈয়াৰ হ'লে ৰাইজৰ মাজত থকা ভ্ৰান্ত ধাৰণাসমূহ আতৰ হ'বঃ হিমন্ত বিশ্ব শৰ্মা
  • বিদেশী নাগৰিক সম্পৰ্কত থকা 1 কোটি, ডেৰ কোটি সম্পৰ্কত থকা ভ্ৰান্ত ধাৰণাটো স্পষ্ট হ'ব
  • কোনো কাৰণতে 3 ৰ পৰা 5 লাখতকৈ বৃদ্ধি নাপায় বিদেশী নাগৰিকৰ সংখ্যাঃ হিমন্ত বিশ্ব শৰ্মা
  • এই কথা স্পষ্ট হৈ পৰিব নাগৰিকত্ব সংশোধনী আইনখনৰ নিয়মসমূহ তৈয়াৰ হ'লে
    নাগৰিকত্ব সংশোধনী আইনৰ ইতিমধ্যে নিয়ম সমূহ তৈয়াৰ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে

লগতে চাওকঃপহিলা মাঘত গোণা ম'হৰ যুঁজত কঁপিল আঁহতগুৰি

Assamese byte
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.