গুৱাহাটী ,18 জুন : অৰুণাচল প্ৰদেশৰ ইটানগৰত ভূমিস্খলন । হঠাতে খহি পৰিল ৰাজধানী ইটানগৰৰ পেন্টালোনচৰ বজাৰৰ চাৰিবেৰৰ এখন পকী দেৱাল। ৰাজ্যখনত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ইটানগৰ স্থিত পেন্টালোনচৰ বজাৰৰ চাৰিবেৰৰ এখন পকী দেৱাল খহি যোৱাৰ লগতে খহি পৰে বিদ্যুৎ পৰিবাহী খুঁটা আৰু ট্ৰান্সফৰ্মাৰ । ভূমিস্খলনত আহত হোৱা নাই কোনো লোক ৷
ইটানগৰত ভূমিস্খলন : খহি পৰিল বিদ্যুৎ পৰিবাহী খুঁটা - অসম
ৰাজ্যখনত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ইটানগৰস্থিত পেন্টালোনচৰ বজাৰৰ চাৰিবেৰৰ এখন পকী দেৱাল খহি যোৱাৰ লগতে খহি পৰে বিদ্যুৎ পৰিবাহী খুঁটা আৰু ট্ৰান্সফৰ্মাৰ । ভূমিস্খলনত আহত হোৱা নাই কোনো লোক ৷
![ইটানগৰত ভূমিস্খলন : খহি পৰিল বিদ্যুৎ পৰিবাহী খুঁটা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3595885-thumbnail-3x2-arui.jpg?imwidth=3840)
গুৱাহাটী ,18 জুন : অৰুণাচল প্ৰদেশৰ ইটানগৰত ভূমিস্খলন । হঠাতে খহি পৰিল ৰাজধানী ইটানগৰৰ পেন্টালোনচৰ বজাৰৰ চাৰিবেৰৰ এখন পকী দেৱাল। ৰাজ্যখনত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ইটানগৰ স্থিত পেন্টালোনচৰ বজাৰৰ চাৰিবেৰৰ এখন পকী দেৱাল খহি যোৱাৰ লগতে খহি পৰে বিদ্যুৎ পৰিবাহী খুঁটা আৰু ট্ৰান্সফৰ্মাৰ । ভূমিস্খলনত আহত হোৱা নাই কোনো লোক ৷
a_ghy_801_18june_itanager_pantaloon_bazar_visual_asrar_as10001
অৰুণাচলত ভয়ংকৰ ভূমিস্খলন , ভূমিস্খলনৰ দৃশ্য বন্দী হৈছে কেমেৰাত । এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ । ৰাজধানী ইটানগৰ স্থিত পেন্টালোনৰ বজাৰৰ চাৰিবেৰৰ এখন পকী দেৱাল খহা দৃশ্য বন্দী হৈছে কেমেৰাত । ৰাজ্যখনত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ইটানগৰ স্থিত পেন্টালোন বজাৰৰ চাৰিবেৰৰ এখন পকী দেৱাল খন খহি যোৱাৰ লগত যাৰ ফলত বিদ্যুৎ প্ৰবাহী খুটা আৰু ট্ৰান্সফৰ্মাৰ খহি পৰে । ভূমিস্খলনত কোনো লোক আহত হোৱা নাই যদিও ভয়ংকৰ ভূমিস্খলনত দৃশ্য বন্দী হৈছে কেমেৰাত ।
Visual at Ftp
Asrar Ansari
Guwahati