ETV Bharat / bharat

বানৰ কৱলত মুম্বাই মহানগৰী - etv bharat

মুম্বাই মহানগৰীত চকুৰ সন্মুখতে খহি পৰিল দেৱাল

বানৰ কৱলত মুম্বাই মহানগৰী
author img

By

Published : Jul 8, 2019, 5:23 PM IST

মুম্বাই, 8 জুলাইঃ মুম্বাইত পুনৰ মুষলধাৰ বৰষুণ ৷ কিছুদিন পূ্ৰ্বে অহা বৰষুণ বতাহজাকে সকলো ধ্বংস কৰাৰ পিচতে মঙলবাৰে পুনৰ অহা বৰষুণে ব্যাহত কৰে মুম্বাই মহানগৰীৰ জীৱন-যাত্ৰা ৷ বন্ধ হৈ পৰে সকলো ৰাস্তা-ঘাট ৷ বৰষুণৰ ফলত যান-জঁটৰো সৃষ্টি হোৱা পৰিলক্ষিত হয় মুম্বাইত ৷

আনহাতে এই বৰষুণত পূৱ আন্ধেৰীৰ এখন দেৱাল খহি পৰে ৷ দেৱালখন খহি পৰা স্থানত এগৰাকী মহিলা আৱদ্ধ হৈ থকা বুলি সন্দেহ কৰিছে একাংশ লোকে ৷

মঙলবাৰে পুৱাৰে পৰা মুষলধাৰ বৰষুণত মুম্বাই বুৰ যোৱা বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ এই বৰষুণৰ ফলত কেইবাখনো ৰে'লৰ লগতে বিমান সেৱাৰ সময় সলনি কৰিব লগা হয় ৷

বানৰ কৱলত মুম্বাই মহানগৰী

মুম্বাই, 8 জুলাইঃ মুম্বাইত পুনৰ মুষলধাৰ বৰষুণ ৷ কিছুদিন পূ্ৰ্বে অহা বৰষুণ বতাহজাকে সকলো ধ্বংস কৰাৰ পিচতে মঙলবাৰে পুনৰ অহা বৰষুণে ব্যাহত কৰে মুম্বাই মহানগৰীৰ জীৱন-যাত্ৰা ৷ বন্ধ হৈ পৰে সকলো ৰাস্তা-ঘাট ৷ বৰষুণৰ ফলত যান-জঁটৰো সৃষ্টি হোৱা পৰিলক্ষিত হয় মুম্বাইত ৷

আনহাতে এই বৰষুণত পূৱ আন্ধেৰীৰ এখন দেৱাল খহি পৰে ৷ দেৱালখন খহি পৰা স্থানত এগৰাকী মহিলা আৱদ্ধ হৈ থকা বুলি সন্দেহ কৰিছে একাংশ লোকে ৷

মঙলবাৰে পুৱাৰে পৰা মুষলধাৰ বৰষুণত মুম্বাই বুৰ যোৱা বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ এই বৰষুণৰ ফলত কেইবাখনো ৰে'লৰ লগতে বিমান সেৱাৰ সময় সলনি কৰিব লগা হয় ৷

বানৰ কৱলত মুম্বাই মহানগৰী
ZCZC
PRI ESPL NAT WRG
.MUMBAI BES5
MH-RAINS-MUMBAI
Heavy rains return to Mumbai; rail, road traffic hit
         Mumbai, Jul 8 (PTI) After a break of few days, heavy
rains returned to Mumbai and its neighbouring areas on Monday
morning, affecting road and rail traffic and briefly
disrupting operations at the city airport.
         The suburban areas received around 20 mm rainfall in
just three hours starting 8.30 am, an official at the India
Meteorological Department's (IMD) centre here said.
         This caused water-logging on rail tracks at Ghatkopar,
Kanjurmarg, Sion and other stations due to which local trains
on the Central Line were running slow.
         Several local trains on the Central and Western lines
were also cancelled due to flooding on the tracks, railway
officials said.
         Office-goers who commute by local trains, considered
the lifeline of Mumbai, were hit hard due to the heavy
downpour in the morning rush hour.
         Operations at the airport here were also suspended for
around 20 minutes in the morning and three city-bound flights
were diverted to some nearby airports, an official from the
Mumbai International Airport Limited said.
         However, no flights were cancelled.
         The services were stopped at 9.12 am and later resumed
at 9.31 am, the official said.
         The Brihanmumbai Municipal Corporation (BMC) expressed
regret over the inconvenience caused to city residents because
of the heavy rainfall.
         "Dear Mumbaikars, the city has experienced heavy
rainfall in the last couple of hours, especially in the
eastern suburbs. We regret all the inconvenience that has
showered along. But the intensity is on decline now & our
teams will try to pump out logged water as soon as possible,"
the BMC said in a tweet.
         Heavy cloud formation was bringing more rains to the
city, the IMD official said.
         "The catchment areas of dams that supply drinking
water to Mumbai are also receiving good precipitation. The
city is expected to receive more rains today," he added.
         The metropolis and its adjoining areas earlier
received heavy rains for four consecutive days in June end-
early July, badly affecting normal life and disrupting rail,
road and and air traffic at that time.
         After that, the city had been witnessing sporadic
rains in the last few days. PTI ND IAS
GK
GK
07081301
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.