নিউজ ডেস্ক,২৮জুন : শুকুৰবাৰে মুম্বাইত হয় ধাৰাষাৰ বৰষুণ । ধাৰাষাৰ বৰষুণৰ ফলত মুম্বাইৰ ৰাজপথত তীব্ৰ যান-জটৰ সৃষ্টি হয় । বহু ঘন্টা ধৰি স্কুল বাহনৰ পৰা আৰম্ভ কৰি অন্যান্য বাহনসমূহৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । যাৰ ফলত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় শিক্ষাৰ্থীসকলৰ লগতে অন্যান্য যাত্ৰীসকলে ।
মুম্বাইত ব্যাহত যাতায়ত ব্যৱস্থা - তীব্ৰ যান-যত
মুম্বাইত ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা
মুম্বাইত ব্যাহত যাতায়ত ব্যৱস্থা
নিউজ ডেস্ক,২৮জুন : শুকুৰবাৰে মুম্বাইত হয় ধাৰাষাৰ বৰষুণ । ধাৰাষাৰ বৰষুণৰ ফলত মুম্বাইৰ ৰাজপথত তীব্ৰ যান-জটৰ সৃষ্টি হয় । বহু ঘন্টা ধৰি স্কুল বাহনৰ পৰা আৰম্ভ কৰি অন্যান্য বাহনসমূহৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । যাৰ ফলত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় শিক্ষাৰ্থীসকলৰ লগতে অন্যান্য যাত্ৰীসকলে ।
Intro:বশিষ্ঠ আৰক্ষী থানাত টকাৰ উজান ।২৫ লক্ষাধিক টকা সহ গ্ৰেপ্তাৰ ৫ জন।
Body:মনিপুৰৰ পৰা ৰঙিয়ালৈ লো কটা সামগ্ৰী নিবৰ বাবে ৮০ লক্ষাধিক টকা লৈ আহিছিল ৪ জন মনিপুৰি লোকে। ৰঙিয়াৰ জামচেদ আলীৰ লগত ফোন যোগে চুক্তি হৈছিল ৮০ লক্ষাধীক টকাত দিয়া হব জুলীয়া সামগ্ৰী । আজি আগধন হিচাপে ২৫ লক্ষাধিক টকা লৈ আনিছিল । মনিপুৰৰ ৪ ধৃতৰ নাম ক্ৰমে
Prakash giri..,Tako,Laf stroi আৰু Moi yah গ্ৰেপ্তাৰ চাৰি লোকৰ ধৰ Manipur aru mijoram । বশিষ্ঠ আৰক্ষীয়ে গোপন সুত্ৰে খবৰ পাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খানাপাৰাৰ পৰা বাহন খন খেদি লৈ যায়।
আৰক্ষীক দেখি ফৰ্ড এনদাভেৱৰ AS01AV 9008 নম্বৰৰ বাহনত অহা লোকে ধন খিনি নলাপাৰাৰ পৰিত্যক্ত নলালৈ দলিয়াই দিছিল । এই বৃহৎ পৰিমানত ধন ৰাশিৰ কোন নথি পত্ৰ দাখিল কৰিব পৰা নাই।
Conclusion:পৃথকে পৃথকে জামচেদ আলী আৰু ৪ জন বহিৰাজ্যৰ লোকক জেৰা অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে।
Asrar Ansari
গুৱাহাটী