নিউজ ডেস্ক,1 জুলাইঃ মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত সোমবাৰেও অব্যাহত আছে প্ৰবল বৃষ্টিপাত ৷ বৰষুণৰ পানীয়ে ইতিমধ্যে অতিক্ৰম কৰিছে পানীৰ পৰিধি ৷ ফলত ব্যাঘাত জন্মিছে মুম্বাইবাসীৰ দৈনন্দিন কৰ্মসূচীৰ লগতে এখন সৰু নদীত পৰিণত হৈছে মায়ানগৰীখন ৷ বৰষুণৰ পানীৰ ফলত দূৰদূৰণিলৈ অস্পষ্ট হৈ পৰিছে বাট-পথ ৷ এই ক্ষেত্ৰত আৰক্ষীৰ সহযোগত বি এম চিয়ে অবিৰতভাৱে পাইপৰ জৰিয়তে পানী উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে বৰষুণৰ পানীয়ে বুৰাই পেলাইছে চহৰখনৰ কেবাটাও গুৰুত্বপূৰ্ণ পথ ৷
মূষলধাৰ বৰষুণে বুৰাই পেলাইছে মায়ানগৰী মুম্বাই - মুম্বাই
ফলত ব্যাঘাত জন্মিছে মুম্বাইবাসীৰ দৈনন্দিন কৰ্মসূচীত লগতে এখন সৰু নদীত পৰিণত হৈছে মায়ানগৰীখন
মুষালধাৰ বৰষুণে বুৰাই পেলাইছে মায়ানগৰী মুম্বাই
নিউজ ডেস্ক,1 জুলাইঃ মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত সোমবাৰেও অব্যাহত আছে প্ৰবল বৃষ্টিপাত ৷ বৰষুণৰ পানীয়ে ইতিমধ্যে অতিক্ৰম কৰিছে পানীৰ পৰিধি ৷ ফলত ব্যাঘাত জন্মিছে মুম্বাইবাসীৰ দৈনন্দিন কৰ্মসূচীৰ লগতে এখন সৰু নদীত পৰিণত হৈছে মায়ানগৰীখন ৷ বৰষুণৰ পানীৰ ফলত দূৰদূৰণিলৈ অস্পষ্ট হৈ পৰিছে বাট-পথ ৷ এই ক্ষেত্ৰত আৰক্ষীৰ সহযোগত বি এম চিয়ে অবিৰতভাৱে পাইপৰ জৰিয়তে পানী উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে বৰষুণৰ পানীয়ে বুৰাই পেলাইছে চহৰখনৰ কেবাটাও গুৰুত্বপূৰ্ণ পথ ৷
Mumbai, July 01 (ANI): Mumbai has continues received heavy rainfall on Monday that led to water logging at Sion circle. Mumbai roads have turned into a mini river. Roads far and wide are flooded, making it extremely touch for the vehicles to move. Police officials along with the BMC workers are using pumps to remove water.