নিউজ ডেস্ক,1 জুলাইঃ মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত সোমবাৰেও অব্যাহত আছে প্ৰবল বৃষ্টিপাত ৷ বৰষুণৰ পানীয়ে ইতিমধ্যে অতিক্ৰম কৰিছে পানীৰ পৰিধি ৷ ফলত ব্যাঘাত জন্মিছে মুম্বাইবাসীৰ দৈনন্দিন কৰ্মসূচীৰ লগতে এখন সৰু নদীত পৰিণত হৈছে মায়ানগৰীখন ৷ বৰষুণৰ পানীৰ ফলত দূৰদূৰণিলৈ অস্পষ্ট হৈ পৰিছে বাট-পথ ৷ এই ক্ষেত্ৰত আৰক্ষীৰ সহযোগত বি এম চিয়ে অবিৰতভাৱে পাইপৰ জৰিয়তে পানী উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে বৰষুণৰ পানীয়ে বুৰাই পেলাইছে চহৰখনৰ কেবাটাও গুৰুত্বপূৰ্ণ পথ ৷
মূষলধাৰ বৰষুণে বুৰাই পেলাইছে মায়ানগৰী মুম্বাই
ফলত ব্যাঘাত জন্মিছে মুম্বাইবাসীৰ দৈনন্দিন কৰ্মসূচীত লগতে এখন সৰু নদীত পৰিণত হৈছে মায়ানগৰীখন