ETV Bharat / bharat

তৎকালীন চিকিৎসাৰ বাবে লক্ষ্নৌ ৰেলৱে' ষ্টেছনত 'Health ATM'

author img

By

Published : Nov 5, 2019, 10:29 AM IST

লক্ষ্নৌ ৰেলৱে' ষ্টেছনত স্থাপন কৰা হৈছে 'Health ATM' ৷ ইয়াৰ জৰিয়তে মাত্ৰ 50-100 টকাতে 16 টাকৈ স্বাস্থ্যজনিত পৰীক্ষা সমাপন কৰিব পাৰিব ৰোগীয়ে ৷

Health ATM

নেশ্যনেল ডেস্ক, 5 নৱেম্বৰ : তৎকালীন চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে লক্ষ্নৌ ৰেলৱে' ষ্টেছনত স্থাপন কৰা হৈছে 'Health ATM' ৷ মাত্ৰ 50-100 টকা ব্যয়েৰে 16 টাকৈ স্বাস্থ্যজনিত পৰীক্ষা সমাপন কৰিব পাৰিব ৰোগীয়ে ৷ এই আঁচনিৰ ৰাজ্যিক মুৰব্বীগৰাকীয়ে কৰা মন্তব্য অনুসৰি, 'ফিট ইণ্ডিয়া ম'ভমেন্ট'ৰ অধীনত আৰু ভাৰতীয় ৰেলৱে'ৰ সহযোগত এই আঁচনি মুকলি কৰা হয় ৷

উত্তৰ প্ৰদেশৰ পাচতে এই মেছিনসমূহ দেশৰ সকলোবোৰ ৰেলৱে' ষ্টেছনতে স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে ৰাজ্যিক মুৰব্বীগৰাকীয়ে ৷ ৰেলৱে' ষ্টেছনত নিজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ৰিপৰ্ট লাভ কৰিব ৰোগীয়ে ৷

আৰু পঢ়ক : প্ৰদূষণ ৰোধৰ বাবে তাজমহলত এয়াৰ পিউৰিফায়াৰ স্থাপন

Lucknow (UP), Nov 05 (ANI): A 'Health ATM' has been installed at Lucknow Railway Station where passengers can get upto 16 health checkups done at a charge of Rs 50-100. State head of this Health ATM project said, "Under 'Fit India Movement' programme has been launched in collaboration with Indian Railways." "Such machines are being gradually installed at all railways stations across India, it's the 1st in UP. Around 16 health tests can be done at a nominal charge of Rs 50-100. Passengers get a hard and soft copy of their reports instantly," he added.

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.