ETV Bharat / bharat

হাৰিয়ানা বিধানসভা নিৰ্বাচন: 90 খন আসনৰ বাবে 1,168 গৰাকীৰ প্ৰাৰ্থীত্ব

অক্টোবৰৰ 21 তাৰিখে অনুষ্ঠিত হ'বলগা হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে সৰ্বমুঠ 1,168 গৰাকীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ ইতিমধ্যে 90 খন আসনৰ বাবে অনুষ্ঠিত হ'বলগা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময়সীমা অন্ত পৰিছে ৷ ৰাজ্যখনত অনুষ্ঠিত হ'বলগা নিৰ্বাচনৰ বাবে বিভিন্ন দলসমূহক নিৰ্বাচনী প্ৰতীকী প্ৰদান কৰিছে নিৰ্বাচন আয়োগে ৷

ভাৰতীয় নিৰ্বাচনী আয়োগ
author img

By

Published : Oct 8, 2019, 12:07 PM IST

নেশ্বনেল ডেস্ক, 8 অক্টোবৰ : অক্টোবৰৰ 21 তাৰিখে অনুষ্ঠিত হ'বলগা হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে সৰ্বমুঠ 1,168 গৰাকীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ ইতিমধ্যে 90 খন আসনৰ বাবে অনুষ্ঠিত হ'বলগা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময়সীমা অন্ত পৰিছে ৷ ৰাজ্যখনত অনুষ্ঠিত হ'বলগা নিৰ্বাচনৰ বাবে বিভিন্ন দলসমূহক নিৰ্বাচনী প্ৰতীকী প্ৰদান কৰিছে নিৰ্বাচনী আয়োগে ৷

যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া ইন্দৰ জীতে সোমবাৰে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, আম্বালাৰ পৰা 36 জন, জাঝৰৰ পৰা 58, কৈঠালৰ পৰা 57, কুৰুক্ষেত্ৰৰ পৰা 44, শিৰষাৰ পৰা 66, হিছাৰৰ পৰা 118, যমুনা নগৰৰ পৰা 46, মহেন্দ্ৰগড়ৰ পৰা 45, ছৰখিৰ পৰা 27, ৰেৱাৰিৰ পৰা 41, জিন্দৰ পৰা 63, পঞ্চকুলাৰ পৰা 24, ফতেহাবাদৰ পৰা 50, ৰোহটকৰ পৰা 58, পানিপটৰ পৰা 40, মেৱাটৰ পৰা 35, ছোনিপাতৰ পৰা 72, ফৰিদাবাদৰ পৰা 69, ভিৱানীৰ পৰা 71, কাৰনালৰ পৰা 59, গুৰগাঁৱৰ পৰা 54 আৰু পালৱালৰ পৰা 35 জন লোকে প্ৰাৰ্থিত্ব আগবঢ়াব ৷

উল্লেখ্য যে, 21 অক্টোবৰৰ দিনা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে 24 অক্টোবৰত ভোট গণনা কৰা হ'ব ৷

Intro:Body:

https://etvbharat.page.link/cdd5F

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.