ETV Bharat / bharat

ভাৰতত প্ৰথমবাৰৰ বাবে কৰ'ণা ভাইৰাছ বিৰোধী যুঁজত ৰবটৰ ব্যৱহাৰ - হাৰিয়ানাৰ গুৰুগ্ৰাম অসামৰিক চিকিৎসালয়

হাৰিয়ানাৰ গুৰুগ্ৰাম অসামৰিক চিকিৎসালয়ত কৰ'ণা ভাইৰাছ বিৰোধী যুঁজত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে ৰবট । এই ৰবটৰ আছে একেৰাহে ১০ ঘণ্টা কাম কৰাৰ ক্ষমতা ।

Gurugram civil hospital deploys robot to assist healthcare professionals

author img

By

Published : Apr 25, 2020, 3:47 PM IST

নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিলঃ কৰ'ণা ভাইৰাছ বিৰোধী যুঁজত ভাৰতত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে ৰবট । যি সময়ত স্বাস্থ্যকৰ্মী সকল ব্যস্ত থাকিবলগীয়া হৈছে ক্ৰমবৰ্ধমান কৰ'ণা ৰোগী সকলৰ সৈতে,তেনে সময়তে স্বাস্থ্যকৰ্মী সকলক সকাহ দিবলৈ এই প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । হাৰিয়ানাৰ গুৰুগ্ৰাম অসামৰিক চিকিৎসালয়ত এই ৰবট ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ।

ভাৰতত প্ৰথমবাৰৰ বাবে কৰ'ণা ভাইৰাছ বিৰোধী যুঁজত ৰবটৰ ব্যৱহাৰ

এই ৰবটে চিকিৎসক সকলক কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহযোগ কৰিব । হাইটেক ৰবটিক্ছ কোম্পানী নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা এই ৰবট নিৰ্মাণ কৰা হৈছে । এই ৰবটৰ একেৰাহে ১০ ঘণ্টা পৰ্যন্ত কাম কৰিব পৰাৰ লগতে,একে সময়তে ৫ টা নিৰ্দেশনা কাৰ্যকৰী কৰিব পৰা ক্ষমতা আছে ।

লগতে পঢ়কঃ COVID-19 চিকিৎসাঃ ভাৰত বনাম অন্য ৰাষ্ট্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.