ETV Bharat / bharat

পঞ্জাৱত কাশ্মীৰী যুৱকক আক্ৰমণ

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ ১৯ বছৰীয়া যুৱক ডেনিশ কুমাৰক একাংশ দুৰ্বত্তই পঞ্জাৱৰ পাটিয়ালাত কেঁচীৰে উপৰ্যুপৰি আঘাত কৰে । সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি ডেনিশ কুমাৰ ।

পঞ্জাৱত কাশ্মীৰী যুৱকক আক্ৰমণ
পঞ্জাৱত কাশ্মীৰী যুৱকক আক্ৰমণ
author img

By

Published : Jan 20, 2021, 8:08 PM IST

নিউজ ডেস্ক, ২০ জানুৱাৰী: পঞ্জাৱৰ পাটিয়ালাত উত্তেজনাময় পৰস্থিতি । দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ ১৯ বছৰীয়া এজন যুৱকক মাৰধৰ একাংশ দুৰ্বত্তৰ । ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, দুদিন পূৰ্বে ডেনিশ কুমাৰক দুৰ্বত্তই কেঁচীৰে উপৰ্যুপৰি আঘাত কৰাত গুৰুত্বৰভাৱে আহত হয় । পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

পঞ্জাৱত কাশ্মীৰী যুৱকক আক্ৰমণ
পঞ্জাৱত কাশ্মীৰী যুৱকক আক্ৰমণ

ঘটনাটো সংঘটিত হোৱাৰ পাচতে দোষীক গ্ৰেপ্তাৰ কৰি কোতৱালী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০৭ ৰ অধীনত গোচৰ ৰুজু কৰে । ঘটনা সন্দৰ্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ প্ৰেছ উপদেষ্টা ৰোহন টাখৰালে পাটিয়ালাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকৰে বুজ লয় । ইফালে ঘটনাৰ প্ৰাথমিক তদন্ত অব্যাহত আছে ।

উল্লখ্য যে, ডেনিশ কুমাৰ অনন্তনাগৰ নিৱাসী আছিল আৰু কৰ্মসূত্ৰে পঞ্জাৱত আছিল ।

লগতে পঢ়ক:পুনৰ আগ্ৰালৈ স্থানান্তৰ কৰা হ'ব জম্মু-কাশ্মীৰৰ কয়দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.