ETV Bharat / bharat

চীনৰ পৰা ৫,৭০০ কোটি টকাৰ ঋণ লৈছে কেন্দ্ৰীয় চৰকাৰেঃ সঞ্জয় সিং - চীনৰ পৰা ৫,৭০০ কোটি টকাৰ ঋণ

কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা আম আদমি পাৰ্টীৰ নেতা সঞ্জয় সিঙৰ । কেন্দ্ৰীয় চৰকাৰে চীনৰ পৰা ৫,৭০০ কোটি টকাৰ ঋণ লৈ এতিয়া সেই একেখন চৰকাৰে চীনৰ সামগ্ৰী বহিস্কাৰ কৰিবলৈ কোবা বুলি অভিযোগ উত্থাপন কৰে আম আদমি পাৰ্টীৰ নেতা গৰাকীয়ে ।

সঞ্জয় সিং
চীনৰ পৰা ৫,৭০০ কোটি টকাৰ ঋণ লৈছে কেন্দ্ৰীয় চৰকাৰেঃ সঞ্জয় সিং
author img

By

Published : Jun 29, 2020, 9:42 AM IST

নিউজ ডেস্ক, ২৯ জুনঃ আম আদমি পাৰ্টীৰ নেতা সঞ্জয় সিঙে কেন্দ্ৰীয় চৰকাৰে চীনৰ পৰা ৫,৭০০ কোটি টকাৰ ঋণ লোৱা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে দেশবাসীত চীনা সামগ্ৰী তথা চীনক বৰ্জন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কৰা আহ্বানক তীব্ৰ সমালোচনা কৰে সঞ্জয় সিঙে ।

সঞ্জয় সিং
চীনৰ পৰা ৫,৭০০ কোটি টকাৰ ঋণ লৈছে কেন্দ্ৰীয় চৰকাৰেঃ সঞ্জয় সিং

সঞ্জয় সিঙে টুইটাৰ যোগে প্ৰকাশ কৰে যে, বিজেপিৰ নাটকখন অহসনীয় । বিজেপিয়ে দেশবাসীক চীনৰ সামগ্ৰীৰ লগতে চীনৰ সামগ্ৰী বহিস্কাৰ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু চৰকাৰে নিজেই চীনৰ পৰা ৫,৭০০ কোটি টকাৰ ঋণ লৈছে । দেশৰ সৈনিকসকলে সীমান্ত অঞ্চলত নিজৰ জীৱন ত্যাগ কৰিছে আৰু বিজেপি চৰকাৰে চীনৰ টকাৰে কাম কৰিছে ।

বিত্ত মন্ত্ৰণালয়ে ১৯ জুনত ঘোষণা কৰিছিল যে ভাৰত চৰকাৰ আৰু বেইজিঙৰ বহুপক্ষীয় বিত্তীয় প্ৰতিষ্ঠান এছিয়ান ইনফ্ৰাছট্ৰাকছাৰ ইনভেষ্ট বেংকে ভাৰতক ৭৫০ মিলিয়ন (তথা ভাৰতীয় মূল্যত প্ৰায় ৫,৬৮৮ কোটি টকা ) মহামাৰী COVID-19ৰ প্ৰতিৰোধ কৰা তথা সজাগতাৰ ক্ষেত্ৰত ভাৰতক সহায় কৰাৰ বাবে ধন আগবঢ়াই ।

উল্লেখ্য যে,এআইআইবি এটা বহুপাক্ষিক উন্নয়ন বেংক যিয়ে এছিয়াৰ সামাজিক আৰু অৰ্থনৈতিক ফলাফলৰ উন্নয়নৰ বাবে এটি মিছন হিচাপে পৰিগণিত । ২০১৬ চনত জানুৱাৰীত আৰম্ভ হোৱা এই মিছন বৰ্তমান বিশ্বৰ ভিতৰত ১০২ টা স্বীকৃতি প্ৰাপ্ত সদস্য অন্তৰ্ভুক্ত হৈছে ।

লগতে চাওকঃ খৰিৰ মাজত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ খটীয়া পহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.